আবাবিল (অলৌকিক চৰাই)
অৱয়ব
(আবাবিল চৰাইৰ পৰা পুনঃনিৰ্দেশিত)
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
আবাবিল ( আৰবী: أبابيل ) হৈছে কোৰআন ছুৰা আল-ফিলত বৰ্ণনা কৰা এটা অলৌকিক চৰাই, যিয়ে কাবা ধ্বংস কৰিবলৈ অহা আকছুমৰ ৰজা আব্ৰাহাৰৰ হাতী সৈন্যক ধ্বংস কৰিছিল বুলি মুছলমানসকলে বিশ্বাস কৰে।
কোৰআনত চৰাইটোক বুজাবলৈ "Tairn Ababil" (طَيْرًا اَبَابِيلَ) বাক্যাংশ ব্যৱহাৰ কৰা হৈছে আৰু বাংলা ভাষাত এই বাক্যাংশটোক চৰাইৰ জাক বুলি অনুবাদ কৰা হৈছে। হজৰত মহম্মদৰ জন্মৰ পঞ্চাশ দিন আগতে আব্ৰাহাৰ হাতী সৈন্য আবাবিল চৰাইয়ে ধ্বংস কৰিছিল।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]কোৰআনৰ ছুৰা আল-ফিল