আৱিষ্কাৰ আৰু আৱিষ্কাৰক
অৱয়ব
| এই তালিকাখন অসম্পূৰ্ণ; আপুনি ইয়াক বিস্তাৰ কৰাত সহায় কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগেয়ে অনুগ্ৰহ কৰি সহায়িকাখন এবাৰ চকু ফুৰাব। |
আৱিষ্কাৰ আৰু আৱিষ্কাৰকৰ নামসমূহ তলত উল্লেখ কৰা হ’ল:
অ-ঔ
[সম্পাদনা কৰক]| ক্ৰমিক নং | আৱিষ্কাৰ | আৱিষ্কাৰক | দেশ | চন | তথ্য প্ৰসংগ |
|---|---|---|---|---|---|
| ১ | অনাতাঁৰ | জি. মাৰ্কনি | ইটালী | ১৯০১ | [1] |
| ২ | এক্সৰে | ৰোয়েণ্টজেন | জাৰ্মানী | ১৮৯৫ | ” |
| ৩ | এৰোপ্লেন | ৰাইট ভাতৃদ্বয় | আমেৰিকা | ১৯০৩ | ” |
ক-ঙ
[সম্পাদনা কৰক]| ক্ৰমিক নং | আৱিষ্কাৰ | আৱিষ্কাৰক | দেশ | চন | তথ্য প্ৰসংগ |
|---|---|---|---|---|---|
| ১ | কলাজ্বৰৰ ইনজেকচন | ব্ৰহ্মচাৰী | ভাৰত | ১৯২২ | [1] |
| ২ | গ্ৰামোফোন | টমাছ আলভা এডিচন | আমেৰিকা | ১৮৭৮ | ” |
চ-ঞ
[সম্পাদনা কৰক]| ক্ৰমিক নং | আৱিষ্কাৰ | আৱিষ্কাৰক | দেশ | চন | তথ্য প্ৰসংগ |
|---|---|---|---|---|---|
| ১ | ছপাৰ যন্ত্ৰ | গুতেনবাৰ্গ | জাৰ্মানী | ১৪৫০ | [1] |
| ২ | চাবমেৰিন | ডেভিড ব্ৰুচনেল | আমেৰিকা | ১৭৭৬ | ” |
| ৩ | চিলাইকল | বি. থিমোনিয়েৰ | ফ্ৰান্স | ১৮২৯ | ” |
| ৪ | জুইশলা | জন ওৱাকাৰ | ইংলেণ্ড | ১৮২৭ | ” |
| ৫ | জেটপ্লেন | হুইটলি | ইংলেণ্ড | ১৯৩৭ | ” |
ট-ণ
[সম্পাদনা কৰক]| ক্ৰমিক নং | আৱিষ্কাৰ | আৱিষ্কাৰক | দেশ | চন | তথ্য প্ৰসংগ |
|---|---|---|---|---|---|
| ১ | টাইপ ৰাইটাৰ | চি. চোলচ | আমেৰিকা | ১৮৬৮ | [1] |
| ২ | টেলিস্কোপ | এইচ. লিপাৰচে | নেদাৰলেণ্ড | ১৬০৮ | ” |
| ৩ | টেলিগ্ৰাম | এম. লেমণ্ড | ফ্ৰান্স | ১৭৮৭ | ” |
| ৪ | টেলিফোন | এ. গ্ৰাহামবেল | আমেৰিকা | ১৮৭৬ | ” |
| ৫ | টেলিভিছন | বেয়াৰ্ড | ইংলেণ্ড | ১৯২৬ | ” |
| ৬ | টেংক (যুদ্ধৰ) | ই. চুইংটন | ইংলেণ্ড | ১৯১৪ | ” |
| ৭ | ট্ৰেক্টৰ | বি. হোল্ট | আমেৰিকা | ১৯০০ | ” |
| ৮ | ডায়নামো | এইচ. পিক্সি | ফ্ৰান্স | ১৮৩২ | ” |
| ৯ | ডিজেল ইঞ্জিন | ৰুডফল ডিজেল | জাৰ্মানী | ১৮৯৫ | ” |
| ১০ | ডিনামাইট | আলফ্ৰেড নোবেল | ছুইডেন | ১৮৬৬ | ” |
ত-ন
[সম্পাদনা কৰক]| ক্ৰমিক নং | আৱিষ্কাৰ | আৱিষ্কাৰক | দেশ | চন | তথ্য প্ৰসংগ |
|---|---|---|---|---|---|
| ১ | থাৰ্মোমিটাৰ | গেলিলিও গেলিলী | ইটালী | ১৫৯৩ | [1] |
| ২ | নাইলন | কাৰুথাৰ্চ | আমেৰিকা | ১৯৩৭ | ” |
প-ম
[সম্পাদনা কৰক]| ক্ৰমিক নং | আৱিষ্কাৰ | আৱিষ্কাৰক | দেশ | চন | তথ্য প্ৰসংগ |
|---|---|---|---|---|---|
| ১ | পেণ্ডুলাম ঘড়ী | জি. হাইজেনচন | নেডাৰলেণ্ড | ১৬৫৬ | [1] |
| ২ | পিস্তল | কোল্ট | আমেৰিকা | ১৮৩৫ | ” |
| ৩ | বাইচাইকেল | ম্যাকমিলান | স্কটলেণ্ড | ১৮৪০ | ” |
| ৪ | বেৰোমিটাৰ | ই. টৰিচেলি | ইটালী | ১৬৪৩ | ” |
| ৫ | ফটোগ্ৰাফী (ধাতুৰ পাতত) | নেকী | ফ্ৰান্স | ১৮২৬ | ” |
| ৬ | ফটোগ্ৰাফী (কাগজত) | টেলবট | ইংলেণ্ড | ১৮৩৫ | ” |
| ৭ | ফটোগ্ৰাফী (ফিল্মত) | জন কাৰবাট | আমেৰিকা | ১৮৮৮ | ” |
| ৮ | ফাউণ্টেইনপেন | এল. ই. ওৱাটাৰমেন | আমেৰিকা | ১৮৮৪ | ” |
| ৯ | বেকেলাইট | বেকলেণ্ড | বেলজিয়াম | ১৯০৭ | ” |
| ১০ | বেলুন | মণ্টগ্ৰফাৰ ভাতৃদ্বয় | ফ্ৰান্স | ১৭৮৩ | ” |
| ১১ | মটৰচাইকেল | ডেমলাৰ | জাৰ্মানী | ১৮৮৫ | ” |
| ১২ | মাইক্ৰোস্কোপ | জেদ. জ্যানচন | নেডাৰলেণ্ড | ১৫৯০ | ” |
| ১৩ | মেচিনগান | আৰ. জে. গেটলিং | আমেৰিকা | ১৮৬১ | ” |
| ১৪ | মোভি প্ৰোজেক্টৰ | জেনকিন্চ | আমেৰিকা | ১৮৯৩ | ” |
য-ক্ষ
[সম্পাদনা কৰক]| ক্ৰমিক নং | আৱিষ্কাৰ | আৱিষ্কাৰক | দেশ | চন | তথ্য প্ৰসংগ |
|---|---|---|---|---|---|
| ১ | ষ্টীম ইঞ্জিন | জেমচ ওৱাট | স্কটলেণ্ড | ১৭৬৫ | [1] |
| ২ | ষ্টেথিচস্কোপ | ড॰ উইলিয়াম ষ্টোকচ | ইংলেণ্ড | ১৮১৯ | ” |
| ৩ | ৰিফ্ৰেজাৰেটৰ | জেমছ হেৰিছন | স্কটলেণ্ড | ১৮৫১ | ” |
| ৪ | ৰেয়ন | চোয়েল | ইংলেণ্ড | ১৮৮৩ | ” |
| ৫ | শীত-তাপ-নিয়ন্ত্ৰণ | কেৰিয়াৰ | আমেৰিকা | ১৯১১ | ” |
| ৬ | ৰাডাৰ | টেলাৰ আৰু ইয়ং | আমেৰিকা | ১৯২২ | ” |
| ৭ | লাউড স্পীকাৰ | ৰাইচ কেল’গ | আমেৰিকা | ১৯২৪ | ” |
| ৮ | হেলিকপ্তাৰ | ই. অমিছেন | ফ্ৰান্স | ১৯২৪ | ” |
| ৯ | ৰকেট | গৰ্ডাড | আমেৰিকা | ১৯২৯ | ” |
| ১০ | লিনোটাইপ | ও. মাৰ্গেন থেলাৰ | আমেৰিকা | ১৮৮৫ | ” |
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- আৱিষ্কাৰ আৰু আৱিষ্কাৰক Archived 2020-08-13 at the Wayback Machine