আৱেস্তা ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অবেস্তাই
অঞ্চল পূব ইৰাণৰ মালভূমি (জোৰাথ্ৰিষ্টান পবিত্ৰ ভাষা)
জাতীয়তা আৰ্য
ভাষা পৰিয়াল
Indo-European
লিখন প্ৰণালী অবেস্তাই বৰ্ণমালা (স্বাধীন মেটা-পৰিকল্পিত বিকাশ), গুজৰাটী লিপি ভাৰতীয় পাৰ্চী সম্প্ৰদায়ে ব্যৱহাৰ কৰে
ভাষা সংকেত
ISO 639-1 ae
ISO 639-2 ave
ISO 639-3 ave
লিংগোৱাস্ফেয়াৰ 58-ABA-a
যস্ন ২৮.১, অহুন বৈতি গাথা (বডলেইয়ান এমএস জে-২)

অৱেস্তা ভাষা ( ইংৰাজী: Avestan language ) বা আভেস্তান /əˈvɛstən/, [1] এটা প্ৰাচীন ইৰাণী ভাষা। সম্ভৱতঃ প্ৰাচীন পাৰ্চী সাম্ৰাজ্যৰ উত্তৰ-পূব অংশত ইয়াৰ প্ৰচলন আছিল। জৰদস্তি ধৰ্মৰ পবিত্ৰ গ্ৰন্থ আৱেস্তা, এই ভাষাত ৰচনা কৰা হৈছে। ধৰ্মীয় কাম-কাজৰ বাহিৰেও বাকী সকলো ক্ষেত্ৰতে ইছলামৰ বহু শতিকাৰ আগতে ইৰাণত আৱেস্তা ভাষা নোহোৱা হৈ গৈছিল।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Wells, John C. (1990), Longman pronunciation dictionary, প্ৰকাশক Harlow, England, p. 53, ISBN 0-582-05383-8  entry "Avestan"