সমললৈ যাওক

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

এইখন ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকা[1] ৫৫খন ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত ৬খন বিশ্ব ঐতিহ্য ক্ষেত্ৰ, ৯খন ৱৰ্ল্ড নেটৱৰ্ক অৱ বায়’স্ফিয়াৰ ৰিজাৰ্ভৰ অংশ[2] আৰু ৫খন ৰামছাৰ সন্ধিৰ অধীনত আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ জলাশয়। মুঠ ৯খন উদ্যান বহুলাংশে সাগৰীয়। ইণ্ডোনেছিয়াৰ পৃষ্ঠৰ প্ৰায় ৯% ৰাষ্ট্ৰীয় উদ্যান (জাৰ্মানীৰ ২৫% বা ফ্ৰান্সৰ ৩৩%তকৈ কম)।

১৯৮০ চনত ইণ্ডোনেছিয়াৰ পাঁচখন ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰথমটো গোট স্থাপন কৰা হয়।[3] এই সংখ্যা অহৰহ বৃদ্ধি পাই ২০০৩ চনত ৪১টা হয়। ২০০৪ চনত এটা বৃহৎ সম্প্ৰসাৰণত আৰু ৯খন নতুন ৰাষ্ট্ৰীয় উদ্যান সৃষ্টি কৰা হয়, যাৰ ফলত মুঠ সংখ্যা ৫০খনলৈ বৃদ্ধি পায়।[4] ২০১৫ চনত মাউণ্ট টাম্বোৰা সংযোজন কৰা হয়।[5] ২০১৬ চনত সুমাট্ৰা, চুলাৱেছি আৰু বাংকা দ্বীপৰ আৰু ৩খন ৰাষ্ট্ৰীয় উদ্যান সংযোজন কৰা হয়।[6]

ব্ৰ’ম’ টেংগাৰ চেমেৰু ৰাষ্ট্ৰীয় উদ্যান
গুনুং মেৰবাবু ৰাষ্ট্ৰীয় উদ্যান
কাৰিমুংজাৱা ৰাষ্ট্ৰীয় উদ্যান
নাম বছৰ মুঠ মাটিকালি সাগৰীয় অঞ্চল আন্তৰ্জাতিক স্থিতি
বৰ্গ কি.মি.     বৰ্গমাইল
এলাচ পূৰৱ’ ৰাষ্ট্ৰীয় উদ্যান১৯৯২৪৩৪১৬৮
বালুৰণ ৰাষ্ট্ৰীয় উদ্যান১৯৮০২৫০৯৬
ব্ৰ’ম’ টেংগাৰ চেমেৰু ৰাষ্ট্ৰীয় উদ্যান১৯৮৩৫০৩১৯৪জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ বিশ্ব নেটৱৰ্ক
মাউণ্ট চিৰেমাই ৰাষ্ট্ৰীয় উদ্যান২০০৪১৫৫৬০
মাউণ্ট গেডে পাংৰাংগো ৰাষ্ট্ৰীয় উদ্যান১০৮০১৫০৫৮জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ বিশ্ব নেটৱৰ্ক
গুনুং হালিমুন ৰাষ্ট্ৰীয় উদ্যান ১৯৯২৪০০১৫০
গুনুং মাৰাপি ৰাষ্ট্ৰীয় উদ্যান২০০৪৬৪২৫
গুনুং মেৰবাবু ৰাষ্ট্ৰীয় উদ্যান২০০৪৫৭২১
কাৰিমুংজাৱা ৰাষ্ট্ৰীয় উদ্যান১৯৮৬১,১১৬৪৩১অধিকাংশ
কেপুলৱান চেৰিবু ৰাষ্ট্ৰীয় উদ্যান১৯৮২১,০৮০৪২০অধিকাংশ
মেৰু বেটিৰি ৰাষ্ট্ৰীয় উদ্যান১৯৮২৫৮০২২৪
উজুং কোলন ৰাষ্ট্ৰীয় উদ্যান১৯৯২১,২০৬৪৬৬৪৪৩ কিমিবিশ্ব ঐতিহ্য ক্ষেত্ৰ[7]

কালিমন্তন

[সম্পাদনা কৰক]
কায়ান মেনটাৰাং ৰাষ্ট্ৰীয় উদ্যান
টেনজুং পুটিং
নাম বছৰ মুঠ মাটিকালি সাগৰীয় এলেকা আন্তঃৰাষ্ট্ৰীয় স্থিতি
বৰ্গ কি.মি. বৰ্গমাইল
বেটুং কেৰিহন ৰাষ্ট্ৰীয় উদ্যান১৯৯৫৮,০০০৩,১০০প্ৰস্তাৱিত বিশ্ব ঐতিহ্য ক্ষেত্ৰ[8]
বুকিত বাকা বুকিত ৰায়া ৰাষ্ট্ৰীয় উদ্যান১৯৯২১,৮১১৬৯৯
দনৌ চেণ্টাৰাম ৰাষ্ট্ৰীয় উদ্যান১৯৯৯১,৩২০৫১০ৰামছাৰ ছাইট
গুনুং পালং ৰাষ্ট্ৰীয় উদ্যান১৯৯০৯০০৩৫০
কায়ান মেনটাৰাং ৰাষ্ট্ৰীয় উদ্যান১৯৯৬১৩,৬০৫৫,২৫২
কুটাই ৰাষ্ট্ৰীয় উদ্যান১৯৮২১,৯৮৬৭৬৭
চেবাংগৌ ৰাষ্ট্ৰীয় উদ্যান২০০৪৫,৬৮৭২,১৯৬
টেনজুং পুটিং ৰাষ্ট্ৰীয় উদ্যান ১৯৮২৪,১৫০১,৩৭০জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ বিশ্ব নেটৱৰ্ক

লেছাৰ চুণ্ডা দ্বীপপুঞ্জ

[সম্পাদনা কৰক]
গুনুং ৰিঞ্জানি ৰাষ্ট্ৰীয় উদ্যান
কেলিমুটু ৰাষ্ট্ৰীয় উদ্যান
নাম বছৰ মুঠ মাটিকালি সাগৰীয় এলেকা আন্তৰ্জাতিক স্থিতি
বৰ্গ কি.মি.   বৰ্গ মাইল
বালি বাৰত ৰাষ্ট্ৰীয় উদ্যান১৯৯৫১৯০৭৩
মাউণ্ট ৰিঞ্জানী ৰাষ্ট্ৰীয় উদ্যান১৯৯০৪১৩১৫৯
কেলিমুটু ৰাষ্ট্ৰীয় উদ্যান১৯৯২৫০২০
কোমোদো ৰাষ্ট্ৰীয় উদ্যান১৯৮০১,৮১৭৭০১৬৬%বিশ্ব ঐতিহ্য ক্ষেত্ৰ;[9]
জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ বিশ্ব নেটৱৰ্ক
লাইৱাংগী ৱাংমেটি ৰাষ্ট্ৰীয় উদ্যান১৯৯৮৪৭০১৮০
মনুপেউ টানাহ দাৰু ৰাষ্ট্ৰীয় উদ্যান১৯৯৮৮৮০৩৪০
মাউণ্ট টেম্বোৰা ৰাষ্ট্ৰীয় উদ্যান[10]২০১৫৭১৬২৭৬
মোয়ো চাটোণ্ডা ৰাষ্ট্ৰীয় উদ্যান[11]২০২২৩১২১২০

মালুকু আৰু পাপুয়া

[সম্পাদনা কৰক]
ৱাচুৰ ৰাষ্ট্ৰীয় উদ্যান
ল’ৰেণ্টজ্ ৰাষ্ট্ৰীয় উদ্যান
নাম বছৰ মুঠ মাটিকালি সাগৰীয় এলেকা আন্তৰ্জাতিক স্থিতি
বৰ্গ কি.মি.   বৰ্গমাইল
আকেটেজাৱে লোলোবাটা ৰাষ্ট্ৰীয় উদ্যান২০০৪১,৬৭৩৬৪৬
ল’ৰেণ্টজ্ ৰাষ্ট্ৰীয় উদ্যান১৯৯৭২৫,০৫০৯,৬৭০বিশ্ব ঐতিহ্য ক্ষেত্ৰ[12]
মানুচেলা ৰাষ্ট্ৰীয় উদ্যান ১৯৮২১৮৯০৭২৯
টেলুক চেণ্ডাৰৱাছি ৰাষ্ট্ৰীয় উদ্যান২০০২১৪,৫৩৫৫,৬১১৯০%
ৱাচুৰ ৰাষ্ট্ৰীয় উদ্যান১৯৯০৪,১৩৮১৫৯৮ৰামচাৰ চাইট

চুলাৱেচি

[সম্পাদনা কৰক]
বুনাকেন ৰাষ্ট্ৰীয় উদ্যান
Wakatobi National Park
নাম বছৰ মুঠ মাটিকালি সাগৰীয় এলেকা আন্তৰ্জাতিক স্থিতি
বৰ্গ কিলোমিটাৰ     বৰ্গমাইল
বাণ্টিমুৰুং বুলুচাৰাউং ৰাষ্ট্ৰীয় উদ্যান২০০৪৪৮০১৮৫
বাগোনী নানী ৱাৰ্টাবোন ৰাষ্ট্ৰীয় উদ্যান১৯৯১২,৮৭১১,১০৮
বুনাকেন ৰাষ্ট্ৰীয় উদ্যান১৯৯১৮৯০৩৪২৯৭%প্ৰস্তাৱিত বিশ্ব ঐতিহ্য ক্ষেত্ৰ[13]
গাণ্ডাং দেৱাতা ৰাষ্ট্ৰীয় উদ্যান [14]২০১৬৭৯৩৩০৬
কেপুলৌন টগিন ৰাষ্ট্ৰীয় উদ্যান[15]২০০৪৩,৬২০১,৪০০৭০০ বৰ্গ কিমি
ল’ৰ লিন্দু ৰাষ্ট্ৰীয় উদ্যান১৯৮২২,২৯০৮৮৪জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ বিশ্ব নেটৱৰ্ক
ৰাৱা আওপা ৱাটুম’হাই ৰাষ্ট্ৰীয় উদ্যান ১৯৮৯১,০৫২৪০৬ৰামচাৰ চাইট
টাকা ব’ন ৰেট ৰাষ্ট্ৰীয় উদ্যান২০০১৫,৩০৮২,০৪৯অধিকাংশজৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ বিশ্ব নেটৱৰ্ক
প্ৰস্তাৱিত বিশ্ব ঐতিহ্য ক্ষেত্ৰ[16]
ৱাকাটবি ৰাষ্ট্ৰীয় উদ্যান২০০২১৩,৯০০৫,৩৭০অধিকাংশজৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ বিশ্ব নেটৱৰ্ক
প্ৰস্তাৱিত বিশ্ব ঐতিহ্য ক্ষেত্ৰ[17]

সুমাত্ৰা

[সম্পাদনা কৰক]
বাটাং গাডী ৰাষ্ট্ৰীয় উদ্যান
গুনুং লিউচাৰ ৰাষ্ট্ৰীয় উদ্যান
নাম বছৰ মুঠ মাটিকালি সাগৰীয় এলেকা আন্তৰ্জাতিক স্থিতি
বৰ্গ কি,মি,   বৰ্গমাইল
বাটাং গাডী ৰাষ্ট্ৰীয় উদ্যান [18]২০০৪১,০৮০৪১৭
বাৰবাক ৰাষ্ট্ৰীয় উদ্যান ১৯৯২১,৬২৮৬২৮ৰামচাৰ চাইট
বুকিট বাৰিচান চেলাটন ৰাষ্ট্ৰীয় উদ্যান ১০৮২৩,৬৫০১৪১০বিশ্ব ঐতিহ্য ক্ষেত্ৰ গোট[19]
বুকিট ডুবেলাচ ৰাষ্ট্ৰীয় উদ্যান ২০০০৬০৫২৩৩
বুকিট টিগাপুলুহ কেৰিঞ্চি১৯৯৫১,২৭৭৪৯৩
গুনুং লিউচাৰ ৰাষ্ট্ৰীয় উদ্যান ১৯৮০৭,৯২৭৩,০৬১বিশ্ব ঐতিহ্য ক্ষেত্ৰ গোট।[19]
জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ বিশ্ব নেটৱৰ্ক
কেৰিঞ্চি চেব্লাট ৰাষ্ট্ৰীয় উদ্যান ১৯৯৯১৩,৭৫০৫,৩১০বিশ্ব ঐতিহ্য ক্ষেত্ৰ গোট।[19]
চেম্বিলাং ৰাষ্ট্ৰীয় উদ্যান২০০১২,০৫১৭৯২ৰামচাৰ চাইট
চিবেৰুট ৰাষ্ট্ৰীয় উদ্যান১৯৯২১,৯০৫৭৩৫জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ বিশ্ব নেটৱৰ্ক
টেছ’ নিলো ৰাষ্ট্ৰীয় উদ্যান [20]২০০৪১,০০০৩৮৬
ৱে কেম্বাচ ৰাষ্ট্ৰীয় উদ্যান১৯৮৯১,৩০০৫০০
ঝামৰুড ৰাষ্ট্ৰীয় উদ্যান [21]২০১৬৩১৪১২১
মাউণ্ট মাৰাচ ৰাষ্ট্ৰীয় উদ্যান [22]২০১৬১৬৮৬৫

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. "National Parks in Indonesia". http://www.dephut.go.id/uploads/INFORMASI/TN%20INDO-ENGLISH/tn_index.htm আহৰণ কৰা হৈছে: 17 December 2009.
  2. UNESCO: "Ecological Sciences for Sustainable Development", retrieved 18 July 2015
  3. Indonesian Ministry of Forestry Archived 15 March 2010 at the Wayback Machine, Retrieved 8 January 2010
  4. WWF:Indonesia establishes 1.3 million hectares of Protected Areas, Retrieved 19 February 2010
  5. WWF:Indonesia establishes 1.3 million hectares of Protected Areas, Retrieved 19 February 2010
  6. "KOSIK 2 "Surga Itu Bernama Taman Nasional Moyo Satonda"" 6 April 2023
  7. "Ujung Kulon National Park". UNESCO. https://whc.unesco.org/en/list/608 আহৰণ কৰা হৈছে: 30 September 2007.
  8. "Betung Kerihun National Park (Transborder Rainforest Heritage of Borneo)". UNESCO. https://whc.unesco.org/en/tentativelists/1871/ আহৰণ কৰা হৈছে: 3 October 2007.
  9. "Komodo National Park". UNESCO. https://whc.unesco.org/en/list/609 আহৰণ কৰা হৈছে: 30 September 2007.
  10. "Mount Tambora National Park Transformed Into New Ecotourism Destination". 15 April 2015. https://en.antaranews.com/news/98498/mount-tambora-national-park-transformed-into-new-ecotourism-destination আহৰণ কৰা হৈছে: 15 April 2015.
  11. "KOSIK 2 "Surga Itu Bernama Taman Nasional Moyo Satonda"". 6 April 2023. https://jasling.menlhk.go.id/berita-dan-artikel/artikel/kosik-2-surga-itu-bernama-taman-nasional-moyo-satonda.
  12. "Lorentz National Park". UNESCO. https://whc.unesco.org/en/list/955 আহৰণ কৰা হৈছে: 30 September 2007.
  13. UNESCO tentative list, Retrieved 28 September 2009
  14. Kabupatem Mamasa[সংযোগবিহীন উৎস], Retrieved 15 November 2017
  15. "Rare Pride helps Togean Islands Establish National Park". https://komododreamland.com/explore-flores-island আহৰণ কৰা হৈছে: 30 September 2007.[সংযোগবিহীন উৎস]
  16. "World Heritage Tentative List: Taka Bonerate National Park". UNESCO. https://whc.unesco.org/en/tentativelists/2005/ আহৰণ কৰা হৈছে: 6 April 2010.
  17. "World Heritage Tentative List: Wakatobi National Park". UNESCO. https://whc.unesco.org/en/tentativelists/2006/ আহৰণ কৰা হৈছে: 6 April 2010.
  18. "Indonesia Declares Batang Gadis National Park". http://www.cepf.net/xp/cepf/news/newsletter/2004/may_topstory.xml আহৰণ কৰা হৈছে: 29 September 2007.
  19. 1 2 3 "Tropical Rainforest Heritage of Sumatra". UNESCO. https://whc.unesco.org/en/list/1167 আহৰণ কৰা হৈছে: 30 September 2007.
  20. "Indonesia Declares Tesso Nilo National Park". http://www.cepf.net/news/top_stories/Pages/aug302004_indonesia_tessonilo.aspx আহৰণ কৰা হৈছে: 8 January 2010.
  21. "Indonesia declares national park in top palm oil-producing province". 27 July 2016. https://news.mongabay.com/2016/07/indonesia-declares-national-park-in-top-palm-oil-producing-province/ আহৰণ কৰা হৈছে: 27 July 2016.
  22. "Mt. Maras National Park · Indonesian Forest". Archived from the original on 2020-10-10. https://web.archive.org/web/20201010072952/https://www.indonesianforest.or.id/mount-maras-national-park/ আহৰণ কৰা হৈছে: 2024-12-31.