সমললৈ যাওক

ইষ্ট বেংগল ফুটবল ক্লাবৰ ছিজনৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ইষ্ট বেংগল ফুটবল ক্লাব হৈছে কলকাতাত অৱস্থিত ভাৰতৰ পেচাদাৰী ফুটবল সংস্থান। ১৯২০ চনত কলকাতাত এই ক্লাবটো গঠন কৰা হৈছিল। এই ক্লাবটোৱে তিনিবাৰকৈ লীগ চেম্পিয়নশ্বীপ আৰু সাতবাৰকৈ ফেডাৰেশ্বন কাপৰ বিজয়ী দলৰ সন্মান লাভ কৰিছে।

  • P = মুঠ খেল
  • W = জয়
  • D = ড্ৰ
  • L = পৰাজয়
  • F = গ'ল (নিজৰ)
  • A = গ'ল (বিৰূদ্ধে)
  • Pts = পইণ্ট
  • Pos = Final position
  • F = ফাইনেল
  • Group = গ্ৰুপ ষ্টেজ
  • R16 = Round of 16
  • QF = কোৱাৰ্টাৰ ফাইনেল
  • R1 = প্ৰথম ৰাউণ্ড
  • R2 = দ্বিতীয় ৰাউণ্ড
  • R3 = তৃতীয় ৰাউণ্ড
  • R4 = চতুৰ্থ ৰাউণ্ড
  • R5 = পঞ্চম ৰাউণ্ড
  • R6 = ষষ্ঠ ৰাউণ্ড
  • SF = ছেমি-ফাইনেল
1st or Wবিজয়ী
2nd or RUৰাণাৰ্ছ-আপ
promotedউন্নীত
relegatedঅৱনতি
ডিভিজনত সৰ্ব্বোচ্চ গ'লদাতা

ছিজনসমূহ

[সম্পাদনা কৰক]
ছিজন অনুসৰি বিভিন্ন প্ৰতিযোগিতাৰ ফলাফলসমূহ
ছিজন Division P W D L F A Pts Pos ফেডাৰেশ্বন কাপ ছুপাৰ কাপ এছিয়া Round reached নাম গ’ল
লীগ সৰ্বোচ্চ গ’লদাতা
১৯৯৬-৯৭ Div 1 ১৯ ১০ ২৫ ১৩ ৩৬ ৩য় W
১৯৯৭-৯৮ Div 1 ১৮ ১৮ ১০ ৩১ ২য়
W এছিয়ান কাপ ৱিনাৰ্ছ কাপ R2
১৯৯৮-৯৯ Div 1 ২০ ১৩ ৩৩ ১০ ৪৫ ২য় RU
এছিয়ান কাপ R1
১৯৯৯-২০০০ Div 1 ২২ ২৫ ২১ ৩২ ৭তম
২০০০-০১ Div 1 ২২ ১৩ ৩০ ৪৬ ১ম
২০০১-০২ Div 1 ২২ ১১ ৩১ ২৩ ৩৬ ৫ম
২০০২-০৩ Div 1 ২২ ১৫ ৪৪ ২২ ৪৯ ১ম
২০০৩-০৪ Div 1 ২২ ১৫ ৩৭ ১৩ ৪৯ ১ম
RU AFC Cup QF
২০০৪-০৫ Div 1 ২২ ১৩ ৩৪ ১৬ ৪৩ ৩য়
AFC Cup গ্ৰুপ
২০০৫-০৬ Div 1 ১৭ ২৫ ১৬ ৩১ ২য়
২০০৬-০৭ Div 1 ১৮ ২৯ ২৯ ২৬ ৫ম
W
২০০৭-০৮ IL ১৮ ১৭ ২৩ ১৯ ষষ্ঠ W
AFC Cup গ্ৰুপ Edmilson
২০০৮-০৯ IL ২২ ৩১ ২৬ ২৮ ষষ্ঠ
RU
সুনীল চেত্ৰী
২০০৯-১০ IL ২৬ ১০ ২৭ ৩১ ৩১ নৱম W
AFC Cup গ্ৰুপ Yusif Yakubu
২০১০-১১ IL ২৬ ১৫ ৪৪ ২১ ৫১ ২য় W RU AFC Cup গ্ৰুপ Tolgay Özbey ১৭
২০১১-১২ IL ২৬ ১৫ ৪৬ ২২ ৫১ ২য় F W AFC Cup গ্ৰুপ Tolgay Özbey ১৮

তথ্যসূত্ৰ

[সম্পাদনা কৰক]