সমললৈ যাওক

উদ্ধব বৰ্মন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উদ্ধব বৰ্মন
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা ৰাজনীতিবিদ


উদ্ধব বৰ্মন (ইংৰাজী: Uddhab Barman) এজন ভাৰতীয় কমিউনিষ্ট ৰাজনীতিবিদ।[1]তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ প্ৰাক্তন অসম ৰাজ্যিক সমিতিৰ সম্পাদক আছিল।[2]তেওঁ সৰভোগ বিধান সভা সমষ্টিৰ পৰা অসম বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয়।[3]তেওঁ বৰপেটা লোকসভা সমষ্টিৰ পৰা দুবাৰকৈ লোকসভালৈ ক্ৰমে ১৯৯১ আৰু ১৯৯৬ চনত নিৰ্বাচিত হৈছিল।[4]তেওঁ চিপিআই(এম)ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য আছিল। [5][6]তেওঁ মাধুৰী দেৱীৰ সৈতে বিবাহ বাহত আবদ্ধ হৈছে।[7]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Uddhab Barman(Communist Party of India (Marxist)(CPI(M))):Constituency- BARPETA(ASSAM) - Affidavit Information of Candidate". myneta.info. https://myneta.info/ls2014/candidate.php?candidate_id=4087। আহৰণ কৰা হৈছে: 2021-12-16. 
  2. http://www.ganashakti.com/old/2005/050214/nation1.htm Archived 2007-09-27 at the Wayback Machine, সাঁচ:Usurped
  3. "Archived copy". Archived from the original on 27 September 2007. https://web.archive.org/web/20070927020240/http://election.assam.nic.in/nictrend1m.asp?cno=40। আহৰণ কৰা হৈছে: 8 June 2007. 
  4. Rediff On The NeT: Polling Booth: Election' 96: Assam/Barpeta
  5. new cc Archived 6 July 2007 at the Wayback Machine
  6. "Leadership" (en ভাষাত). Communist Party of India (Marxist). 2009-03-18. https://cpim.org/leadership। আহৰণ কৰা হৈছে: 2021-12-16. 
  7. "Archived copy". Archived from the original on 27 September 2007. https://web.archive.org/web/20070927020232/http://election.assam.nic.in/AFFIDAVITS/S03/SE/40/UddhabBarman/UddhabBarman_SC2.htm। আহৰণ কৰা হৈছে: 8 June 2007.