উপভাষা বিজ্ঞান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উপভাষা-বিজ্ঞান  
লেখক দীপঙ্কৰ মৰল
দেশ অসম, ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ অসমীয়া উপভাষা
প্ৰকাশ জুলাই, ১৯৯১
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ১২০ (তৃতীয় পৰিবৰ্ধিত প্ৰকাশ, নবেম্বৰ - ২০০৭, বনলতা)
আই.এচ.বি.এন. 978-81-7339-408-9

উপভাষা-বিজ্ঞান অসমীয়া আধুনিক ভাষাবিদ ড॰ দীপঙ্কৰ মৰলৰ এখন উপভাষা বিষয়ক গ্ৰন্থ। ১৯৯১ চনত প্ৰকাশিত অসমীয়া ভাষাত লিখা উপভাষা বিষয়ক এইখন প্ৰথম গ্ৰন্থ। এই গ্ৰন্থখন ১৯৯১ চনত ষ্টুডেণ্টচ্ ষ্ট’ৰচে প্ৰকাশ কৰে। পৰৱৰ্তী সময়ত এই গ্ৰন্থখনৰ তৃতীয় পৰিৱৰ্ধিত সংস্কৰণটি বনলতা প্ৰকাশনে ২০০৭ চনত প্ৰকাশ কৰে।[1]

গ্ৰন্থখনৰ বিষয়বস্তু[সম্পাদনা কৰক]

  • প্ৰথম অধ্যায়: ভাষা উপভাষা ব্যক্তিভাষা
  • দ্বিতীয় অধ্যায়: উপভাষা-বিজ্ঞান
  • তৃতীয় অধ্যায়: উপভাষা সীমা নিৰ্ধাৰক
  • চতুৰ্থ অধ্যায়: উপভাষা ভূগোল: ভৌগোলিক (আঞ্চলিক উপভাষা)
  • পঞ্চম অধ্যায়: সমাজ ভাষা-বিজ্ঞান
  • ষষ্ঠ অধ্যায়: সামাজিক উপভাষা
  • সপ্তম অধ্যায়: গুৱাহাটীৰ অসমীয়া ভাষা কোৱা সমাজখনৰ এক সামাজিক-ভাষাবৈজ্ঞানিক বিশ্লেষণ
  • অষ্টম অধ্যায়: ভাষা আৰু জাতিভেদ
  • নৱম অধ্যায়: ভাষা আৰু লিংগভেদ
  • দশম অধ্যায়: ডাইগ্ল’ছীয়া
  • একাদশ অধ্যায়: ব্ৰহ্মপুত্ৰ উপত্যকাত দ্বি-পাৰ্শ্বিকতা (DIGLOSSIC)ৰ পৰিস্থিত
  • দ্বাদশ অধ্যায়: উপভাষা-ভূগোলৰ অধ্যয়নৰ প্ৰণালী
  • ত্ৰয়োদশ অধ্যায়: ভাষাগত ক্ষেত্ৰ
  • চতুৰ্দশ অধ্যায়: অসমীয়া ভাষাৰ উপভাষা

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. মৰল, দীপঙ্কৰ (November, 2007). উপভাষা-বিজ্ঞান. বনলতা.