উম্মাহ
Jump to navigation
Jump to search
উম্মাহ (আৰবী: أمة) এটা আৰবী শব্দ আৰু ইছলামি পৰিভাষা, যিটোৰ দ্বাৰা মুছলিম জাতি বা সম্প্ৰদায় বুজোৱা হয়। কিন্তু ইয়াৰ সৈতে নৃতাত্ত্বিক বা ভৌগলিক বৈশিষ্ট্যৰ দ্বাৰা নিৰ্ণীত জাতিৰ মাজত পাৰ্থক্য আছে। ইয়াৰ দ্বাৰা অনুৰূপ বহুসংখ্যক জাতিৰ সমন্বয়ত গঠিত সামগ্ৰিক মুছলিম জনগোষ্ঠীক বুজায়। ইছলাম অনুযায়ী যিকোনো নৃতাত্ত্বিক, ভৌগলিক বা ভাষাভাষীৰ মুছলিম ব্যক্তি উম্মাহৰ সদস্য হিচাপে গণ্য হয়।