উশ্ব'জি ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Ushoji
থলুৱা অঞ্চল Pakistan
অঞ্চল Swat, Kohistan
স্থানীয় ভাষিক
(2,000 cited 1992)e18
ভাষা পৰিয়াল
ভাষা সংকেত
ISO 639-3 ush
গ্লোটোলগ usho1238[1]

উশ্ব'জি (এই ভাষা কোৱা লোকে নিজৰ ভাষাক উশ্ব'জ' বোলে) এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি পাকিস্তানখাইবৰ-পখটুনখোৱা প্ৰান্তৰ কোহিস্তান আৰু স্বাট জিলাত মুখ্যতঃ ব্যৱহাৰ কৰা হয়।

স্থিতি[সম্পাদনা কৰক]

উশ্ব'জি এটি অতিকৈ লুপ্তপ্ৰায় ভাষা হ'ব পাৰে কাৰণ এই ভাষাৰ নিজৰ অঞ্চলত পশ্তো ভাষাৰ প্ৰভাৱ ভালেমান বিস্তাৰ হৈছে, বিশেষকৈ স্বাট অঞ্চলত।[2]

সংখ্যা[সম্পাদনা কৰক]

অসমীয়া উশ্ব'জিত[3]
এক ɪk (اِیۡک)
দুই du (دُو)
তিনি t͡ʃe (ۡچِے)
চাৰি t͡ʃar (چَر)
পাঁচ pʰʊʃ (پھُش)
ছয় ʃɑ (شَا)
সাত sɑʈ (سَاٹ)
আঠ ɑʈ (آٹ)
nəo (نِیُو)
১০ দহ de (ۡدِے)
২০ বিছ bɪey (ۡبِئے)
১০০ sao (سَئو)
১০০০ হাজাৰ zʌr (زَرۡ)

লিখন[সম্পাদনা কৰক]

উশ্ব'জি টৰৱালী আৰু শ্বিনা আখৰৰ কেইবাটাও প্ৰকাৰেৰে ফাৰ্চী-আৰবী লিপিত নাস্তালিক ধৰণেৰে লিখা হয়।[4]

আখৰ ৰোমান লিপিত IPA
آ ā /aː/
أ a /a/
ا ʿ /ʔ/
ب b /b/
پ p /p/
ت t /t/
ٹ /ʈ/
ث (s) /s/
ج ǰ /d͡ʒ/
چ č /t͡ʃ/
ڇ ċ /ʈ͡ʂ/
څ c /t͡s/
ح (h) /h/
خ ǩ /x/
د d /d/
ڈ /ɖ/
ذ (z) /z/
ر r /r/
ڑ /ɽ/
ز z /z/
ڙ ż /ʐ/
ژ ž /ʒ/
س s /s/
ش š /ʃ/
ݜ /ʂ/
ص (s) /s/
ض (d) /d/
ط (t) /t/
ظ (z) /z/
ع ʿ /ʔ/
غ ǧ /ɣ/
ف f /f/
ق (k) /k/
ک k /k/
گ g /ɡ/
ل l /l/
م m /m/
ن n /n/
و w /ʊ~w/
ہ h, x /h/ɦ/
ھ _h /ʰ/
ء ʿ /ʔ/
ی y /j/
ے e /e/

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Ushojo". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/usho1238. 
  2. "Did you know Ushojo is threatened?". https://www.endangeredlanguages.com/lang/3410. 
  3. mpi-lingweb.shh.mpg.de/numeral/Ushojo.htm
  4. https://fli-online.org/site/wp-content/uploads/2016/04/Ushojo-Alifbe-.pdf Archived 2021-05-16 at the Wayback Machine সাঁচ:Bare URL PDF

Decker 1992 Ushojo