উৎপলকুমাৰ বসু

অসমীয়া ৱিকিপিডিয়াৰ পৰা


উৎপলকুমাৰ বসু বঙালী ভাষাহাংৰি আন্দোলনৰ প্ৰখ্যাত কবি আৰু গল্পকাৰ। অধ্যয়নপুষ্ট মন আৰু অভিজ্ঞতাৰে লিখা তেওঁৰ কবিতাবোৰে উত্তৰ-আধুনিক বঙালী কবিতাক এক অনন্য মাত্ৰা প্ৰদান কৰিছে।

সাহিত্যকৃতি[সম্পাদনা কৰক]

  • চৈত্ৰে ৰচিত কবিতা ( ১৯৬১ )
  • পুৰী সিৰিজ ( ১৯৬৪ )
  • আবাৰ পুৰী সিৰিজ ( ১৯৭৮ )
  • লোচনদাস কাৰিগৰ ( ১৯৮২ )
  • খণ্ডবৈচিত্ৰেৰ দিন ( ১৯৮৬ )
  • শ্ৰেষ্ঠ কবিতা ( ১৯৯১ )
  • সলমাজৰিৰ কাজ ( ১৯৯৫ )
  • পদ্যসংগ্ৰহ ( ১৯৯৬ )
  • কবিতাসংগ্ৰহ ( ১৯৯৬ )
  • কহবতীৰ নাচ ( ১৯৯৭ )
  • নাইট স্কুল ( ১৯৯৯ )
  • টুসু আমাৰ চিন্তামণি ( ২০০০ )

লগতে চাওক[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  • যোগসূত্ৰ উৎপলকুমাৰ বসু সংখ্যা ( ১৯৯৪ )। সম্পাদক ৰাঘব বন্দ্যোপাধ্যায় আৰু বিনয় ঘোষ।

বহিঃসংযোগ[সম্পাদনা কৰক]