উৎপলকুমাৰ বসু
অৱয়ব
উৎপলকুমাৰ বসু বঙালী ভাষাত হাংৰি আন্দোলনৰ প্ৰখ্যাত কবি আৰু গল্পকাৰ। অধ্যয়নপুষ্ট মন আৰু অভিজ্ঞতাৰে লিখা তেওঁৰ কবিতাবোৰে উত্তৰ-আধুনিক বঙালী কবিতাক এক অনন্য মাত্ৰা প্ৰদান কৰিছে।
সাহিত্যকৃতি
[সম্পাদনা কৰক]- চৈত্ৰে ৰচিত কবিতা ( ১৯৬১ )
- পুৰী সিৰিজ ( ১৯৬৪ )
- আবাৰ পুৰী সিৰিজ ( ১৯৭৮ )
- লোচনদাস কাৰিগৰ ( ১৯৮২ )
- খণ্ডবৈচিত্ৰেৰ দিন ( ১৯৮৬ )
- শ্ৰেষ্ঠ কবিতা ( ১৯৯১ )
- সলমাজৰিৰ কাজ ( ১৯৯৫ )
- পদ্যসংগ্ৰহ ( ১৯৯৬ )
- কবিতাসংগ্ৰহ ( ১৯৯৬ )
- কহবতীৰ নাচ ( ১৯৯৭ )
- নাইট স্কুল ( ১৯৯৯ )
- টুসু আমাৰ চিন্তামণি ( ২০০০ )
লগতে চাওক
[সম্পাদনা কৰক]- সমীৰ ৰায়চৌধুৰী
- শক্তি চট্টোপাধ্যায়
- ফাল্গুনী ৰায়
- মলয় ৰায়চৌধুৰী
- বাসুদেব দাশগুপ্ত
- দেৱী ৰায়
- সুবিমল বসাক
- সন্দীপন চট্টোপাধ্যায়
- ত্ৰিদিব মিত্ৰ
- প্ৰদীপ চৌধুৰী
- অনিল কৰঞ্জাই
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- যোগসূত্ৰ উৎপলকুমাৰ বসু সংখ্যা ( ১৯৯৪ )। সম্পাদক ৰাঘব বন্দ্যোপাধ্যায় আৰু বিনয় ঘোষ।