উৎপল শৰ্মা
অৱয়ব
উৎপল শৰ্মা | |
|---|---|
Sarma in 2023 | |
| সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি | |
পদাধিকাৰ | |
| কাৰ্যভাৰ গ্ৰহণ নবেম্বৰ,২০২৩ | |
| পূৰ্বসূৰী | দীপাংক কুমাৰ নাথ |
| ব্যক্তিগত তথ্য | |
| জন্ম | মৰিগাঁও |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| শিক্ষা | আইনৰ স্নাতকোত্তৰ |
| শিক্ষানুষ্ঠান | গুৱাহাটী বিশ্ববিদ্যালয় |
| পেচা | ছাত্ৰ নেতা |
উৎপল শৰ্মা(ইংৰাজী: Utpal Sarma) অসমৰ এগৰাকী ছাত্ৰ নেতা। তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি। [1]
শিক্ষা
[সম্পাদনা কৰক]উৎপল শৰ্মাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে।