এনিমে

অসমীয়া ৱিকিপিডিয়াৰ পৰা

এনিমে বা আনিমে (জাপানী: アニメ আনিমে, ইংৰাজী: Anime এনিমে’ আ-ধ্ব-ব: /ˈænɪmeɪ/) হৈছে ইংৰাজী শব্দ এনিমেছনৰ সমাৰ্থক। সাধাৰণতে জাপানী এনিমেছন ছবিকে এনিমে বোলা হয়। জাপানৰ বাহিৰে পৃথিৱীৰ আন আন দেশত এনিমে বুলিলে জাপানত সজা এনিমেছনকেই বুজায়।

পাৰম্পৰিকভাৱে এনিমেবিলাক হাতেৰে সজা হয়, তথাপি বৰ্তমানে আন আন এনিমেছন ছবিৰ দৰে এনিমে সাজোঁতেও কম্পিউটাৰৰ ছফ্টৱেৰ ব্যৱহাৰ কৰা হৈছে। এনিমেৰ কাহিনী যিকোনো ধৰণৰ সাহিত্য বা মিডিয়াৰ দৰে হব পাৰে।

কেইটামান এনিমেৰ উদাহৰণ হ’ল: