এমিনেম
অৱয়ব
| এমিনেম | |
|---|---|
নৱেম্বৰ্, 2014 ত এমিনেম | |
| জন্ম | মাৰ্শ্ৱেল ব্ৰুচ মেথাৰ্চ তৃত্ৱীয় অক্টোবৰ ১৭ , ১৯৭২ (৫৩ বছৰ) চে'ণ্ট যোচেফ্, মিযৰি, আমেৰিকা যুক্তৰাষ্ট্ৰ |
| বাসগৃহ | ডেট্ৰইট, মিচিগান, আমেৰিকা যুক্তৰাষ্ট্ৰ |
| অন্য নাম |
|
| পেচা |
|
| সক্ৰিয় হৈ থকা সময় | 1989–বৰ্তমান |
| গৃহস্থান | ডেট্ৰইট, মিচিগান, আমেৰিকা যুক্তৰাষ্ট্ৰ |
| দাম্পত্যসঙ্গী | কিম্বাৰ্লি এন স্কট (m. 1999–2001, 2006; সম্প্ৰ্তি বিচ্ছেদিত) |
| সন্তান | 3[1] |
| 'সঙ্গীত যাত্ৰা' | |
| সংগীতৰ ধৰণ | হিপ হ'প |
| বাদ্যযন্ত্ৰ | |
| লেবেল |
|
| ৱেবছাইট | www.eminem.com |
মাৰ্শ্ৱেল ব্ৰুচ মেথাৰ্চ তৃত্ৱীয় ওৰফে এমিনেম আমেৰিকা যুক্তৰাষ্ট্ৰৰ এজন প্ৰতিভাশালী তথা বিখ্যাত হিপ হ'প গায়ক। D12 দলৰ সদস্য এমিনেমক আমেৰিকান মেগাজিন ৰ'লিং ষ্ট'ন-এ ১০০ জন সৰ্বকালৰ শ্ৰেঠ কলাতকৰ ভিতৰত ৮৩ তম স্থান প্ৰদান কৰি হিপ হ'পৰ ৰজা বুলি আখ্যা দিছে।
১৫টা গ্ৰাম্মী বটাৰে পুৰস্কৃত এমিনেম 8 মাইল্ নামৰ এক চলচ্চিত্ৰতো অভিনয় কৰিছে।
ব্যহ্যিক সংযোগ
[সম্পাদনা কৰক]- ↑ Bellini, Danica (February 13, 2014). "Eminem 'spoils' daughters Haile Jade Scott Mathers, Whitney Laine Scott, and Alaina Marie Mathers". Mstars News. Retrieved June 29, 2015.