এয়াৰচে'ল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এয়াৰচে'ল
ধৰণ যুগ্ম উদ্যম
উদ্যোগ দূৰসংযোগ
স্থাপিত ১৯৯৯
মুখ্য কাৰ্যালয় চেন্নাই, তামিলনাডু, ভাৰত
নেতৃস্থানীয় ব্যক্তিত্ব সন্দিপ দাস, CEO
গুৰদীপ সিং, COO প্ৰগাছ পাতি
পণ্য ম'বাইল টেলিফ'নি, ৱায়াৰলেছ ব্ৰডবেণ্ড সেৱা
মূল প্ৰতিষ্ঠান মাস্কিছ কমিউনিকেছনছ (৭৪%)[1]
ৱেবছাইট aircel.com

এয়াৰচেল গোট (ইংৰাজী: Aircel group)ভাৰতবৰ্ষৰ এটা ম'বাইল নেটৱৰ্ক পৰিচালন প্ৰতিষ্ঠান। তামিলনাডুচেন্নাইত মুখ্য কাৰ্যালয় অৱস্থিত এই প্ৰতিষ্ঠানটোৱে ৱায়াৰলেছ ভয়্চ, বাৰ্তা সৰবৰাহ আৰু তথ্য সৰবৰাহৰ সেৱা আগবঢ়ায়। এয়াৰচেল মালয়েছিয়াৰ মাস্কিছ কমিউনিকেছনছ বেৰহেদ আৰু সিন্দ্যা ছিকিউৰিটিছ এণ্ড্ ইনভেষ্টমেণ্ট প্ৰাইভেট লিমিটেডৰ এক যুগ্ম উদ্যম। মাস্কিছ কমিউনিকেছনছৰ ৭৪% অংশ থকা এয়াৰচেলৰ আনটো অংশীদাৰ সিন্দ্যা ছিকিউৰিটিছ এণ্ড ইনভেষ্টমেণ্ট প্ৰাইভেট লিমিটেডৰ বৰ্তমানৰ শ্বেয়াৰ চেন্নাইৰ এপ'ল' হস্পিটেলছৰ গ্ৰুপৰ স্বত্বাধিকাৰ ৰেড্ডি পৰিয়ালৰ হাতত আছে। ১৯৯৯ চনত এয়াৰচেলৰ সেৱা আৰম্ভ হৈছিল আৰু বৰ্তমান ই তামিলনাডু, অসম, উত্তৰ পূৰ্বাঞ্চল আৰু চেন্নাইৰ শীৰ্ষস্থানীয় ম'বাইল সেৱা প্ৰতিষ্ঠান।

অন্যান্য তথ্য[সম্পাদনা কৰক]

নেটৱৰ্ক ক'ড[সম্পাদনা কৰক]

  • 40417 - পশ্চিম বংগ
  • 40425 - বিহাৰ
  • 40428 - উৰিষ্যা
  • 40429 - অসম
  • 40433 - উত্তৰ-পূৰ্বাঞ্চল
  • 40435 - হিমাচল প্ৰদেশ
  • 40437 - জম্মু আৰু কাশ্মীৰ
  • 40442 - তামিল নাডু
  • 40441 - চেন্নাই
  • 40491 - ক'লকাতা
  • 405800 - দিল্লী
  • 405801 - অন্ধ্ৰ প্ৰদেশ
  • 405802 - গুজৰাট
  • 405803 - কৰ্ণাটক
  • 405804 - মহাৰাষ্ট্ৰ
  • 405805 - মুম্বাই
  • 405806 - ৰাজস্থান
  • 405807 - হাৰিয়ানা
  • 405808 - মধ্য প্ৰদেশ
  • 405809 - কেৰালা
  • 405810 - উত্তৰ প্ৰদেশ (পূব)
  • 405811 - উত্তৰ প্ৰদেশ (পশ্চিম)
  • 405812 - পঞ্জাব

মেচেজ চেণ্টাৰৰ নম্বৰসমূহ[সম্পাদনা কৰক]

  • অন্ধ্ৰ প্ৰদেশ - +919700099060
  • অসম - +919854099060
  • বিহাৰ - +919854099060
  • চেন্নাই - +919841044446
  • দিল্লী - +919716099060
  • হিমাচল প্ৰদেশ - +919854099060
  • জম্মু আৰু কাশ্মীৰ- +919851099060
  • কৰ্ণাটোক - +919738099060
  • কেৰালা - +919809099060
  • ক'লকাতা - +919854099060
  • মুম্বাই - +919768099060
  • উত্তৰ-পূৰ্বাঞ্চল - +919854099060
  • উৰিষ্যা - +919854099060
  • ৰাজস্থান (জয়পুৰ) - +919782099060
  • তামিল নাডু- +919842201155
  • পশ্চিম বংগ - +919854099060
  • মহাৰাষ্ট্ৰ- +919762099060
  • উত্তৰ প্ৰদেশ (পূব) - +919807099060
  • উত্তৰ প্ৰদেশ (পশ্চিম) - +919808099060

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]