ওড়িশাৰ চলচ্চিত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

ইতিহাস[সম্পাদনা কৰক]

ওড়িয়া ভাষাত শব্দহীন কথাচিত্ৰ নিৰ্মাণ হোৱা নাছিল । মোহন সুন্দৰ দেৱ গোস্বামীৰ নিৰ্দ্দেশনাত ৰামায়ণৰ কাহিনীৰ আধাৰত ১৯৩৬ চনত নিৰ্মিত হয় প্ৰথম ওড়িয়া কথাছবি সীতা বিবাহ । এইখন কামপাল মিশ্ৰ ৰচিত এখন নাটকৰ উপৰত আধাৰিত আছিল । মাত্ৰ ৩০,০০০ টকাৰে নিৰ্মিত এই কথাছবি খনত ১৪টা গীত আছিল ।

অভিনেতা[সম্পাদনা কৰক]

অভিনেত্ৰী[সম্পাদনা কৰক]

  • অপৰাজিতা মহান্তি
  • অৰ্চিতা সাহু
  • বৰ্ষা প্ৰিয়দৰ্শিনী
  • ৰচনা ব্যানাৰ্জী
  • তন্দ্ৰা ৰয়
  • ৰিয়া দে

কণ্ঠশিল্পী[সম্পাদনা কৰক]

  • অক্ষয় মহান্তি
  • বাবুশান
  • ইৰা মহান্তি
  • হিউমেন সাগৰ