ওড়িশাৰ চলচ্চিত্ৰ
ইতিহাস[সম্পাদনা কৰক]
ওড়িয়া ভাষাত শব্দহীন কথাচিত্ৰ নিৰ্মাণ হোৱা নাছিল। মোহন সুন্দৰ দেৱ গোস্বামীৰ নিৰ্দ্দেশনাত ৰামায়ণৰ কাহিনীৰ আধাৰত ১৯৩৬ চনত নিৰ্মিত হয় প্ৰথম ওড়িয়া কথাছবি সীতা বিবাহ। এইখন কামপাল মিশ্ৰ ৰচিত এখন নাটকৰ ওপৰত আধাৰিত আছিল। মাত্ৰ ৩০,০০০ টকাৰে নিৰ্মিত এই কথাছবি খনত ১৪টা গীত আছিল।
অভিনেতা[সম্পাদনা কৰক]
- অনুভৱ মহান্তি
- অৰিন্দম ৰয়
- বাবুশান
- বিজয় মহান্তি
- মিহিৰ দাস
- পপু পম্ পম্
- সব্যসাচি মিশ্ৰ
- সিদ্ধাৰ্থ মহাপাত্ৰ
- উত্তম মহান্তি
অভিনেত্ৰী[সম্পাদনা কৰক]
- অপৰাজিতা মহান্তি
- অৰ্চিতা সাহু
- বৰ্ষা প্ৰিয়দৰ্শিনী
- ৰচনা ব্যানাৰ্জী
- তন্দ্ৰা ৰয়
- ৰিয়া দে
কণ্ঠশিল্পী[সম্পাদনা কৰক]
- অক্ষয় মহান্তি
- ইৰা মহান্তি
- হিউমেন সাগৰ