বাবুশান মহান্তি
অৱয়ব
(বাবুশানৰ পৰা পুনঃনিৰ্দেশিত)
| বাবুশান মহান্তি | |
|---|---|
ছুপাৰ মিছুয়া ছায়াছবিৰ দৃশ্যত নায়ক বাবুশান | |
| স্থানীয় নাম | বাবুশান (ବାବୁଶାନ୍) |
| জন্ম | তন্ময় মহান্তি (ତନ୍ମୟ ମହାନ୍ତି) ৩০ জুলাই, ১৯৮৯ (৩৬ বছৰ) ভুবনেশ্বৰ, ওড়িশা, ভাৰত |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| শিক্ষানুষ্ঠান | DAV পাবলিক স্কুল, চন্দ্ৰশেখৰপুৰ; KIIT বিশ্ববিদ্যালয় |
| পেচা |
|
| সক্ৰিয় হৈ থকা সময় | ২০০৯- বৰ্তমান |
| পিতৃ-মাতৃ | উত্তম মহান্তি অপৰাজিতা মহান্তি[1][2] |
বাবুশান মহান্তি (ওড়িয়া: ବାବୁଶାନ୍ ମହାନ୍ତି) ওড়িশাৰ চলচ্চিত্ৰৰ এজন সফল আৰু জনপ্ৰিয় অভিনেতা তথা সঙ্গীতশিল্পী। তেওঁৰ আচল নাম তন্ময় মহান্তি।[1]
প্ৰাথমিক জীবন
[সম্পাদনা কৰক]ওড়িয়া ছবিৰ নায়ক বাবুশান মহান্তি ১৯৮৯ চনৰ ৩০ জুলাইত ওড়িশাৰ ভুবনেশ্বৰত জন্মগ্ৰহণ কৰে আৰু তাতেই ডাঙৰ-দীঘল হয়। তেওঁ ওলিউডৰ জনপ্ৰিয় অভিনেতা উত্তম মহান্তি আৰু অভিনেত্ৰী অপৰাজিতা মহান্তিৰ একমাত্ৰ সন্তান।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Biography of Babusan Mohanty - www.entdiary.com". Archived from the original on 2017-12-06. https://web.archive.org/web/20171206023633/http://www.entdiary.com/biography/babushan-mohanty.htm। আহৰণ কৰা হৈছে: 2017-12-09.
- ↑ Babusan Mohanty - www.incredibleorissa.com[সংযোগবিহীন উৎস]