কমতাৰ নীলাধ্বজ
অৱয়ব
| নীলাধ্বজ | |
|---|---|
| ৰজা
| |
| ৰাজত্ব | ১৪৪০–১৪৬০ |
| পূৰ্বসূৰী | জোঙাল বলহু |
| উত্তৰাধিকাৰী | চক্ৰধ্বজ |
নীলাধ্বজ (১৪৪০–১৪৬০ চনত ৰাজত্ব কৰিছিল) কামতা ৰাজ্যৰ এজন ৰজা আৰু খেন্ বংশৰ প্ৰতিষ্ঠাপক আছিল।[1] তেওঁ কামতাপুৰ চহৰৰ পৰা (বৰ্তমান গোসাঁনিমাৰী বুলি কোৱা হয়) ৰাজত্ব কৰিছিল আৰু তেওঁৰ পিছত তেওঁৰ পুত্ৰ চক্ৰধ্বজে ৰাজত্ব কৰিছিল।[2]