সমললৈ যাওক

কমলা গোহাঁই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কমলা গোহাঁই
জন্ম অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা চিকিৎসক, অনুবাদ
পিতৃ-মাতৃ মহেন্দ্ৰনাথ গোহাঁই (পিতৃ)
শৰৎকুমাৰী গোহাঁই (মাতৃ)


কমলা গোহাঁই হৈছে কুৰি শতিকাৰ চল্লিছৰ দশকৰ এগৰাকী অসমীয়া মহিলা চিকিৎসক।[1]

জন্ম পৰিচয়

[সম্পাদনা কৰক]

কমলা গোহাঁই হৈছে অধ্যাপক হীৰেন গোহাঁইৰ জ্যেষ্ঠা ভগ্নী।[1]পাছলৈ কমলা সেনগুপ্ত হৈ কলিকতা নিবাসী হয়।

শিক্ষাজীৱন

[সম্পাদনা কৰক]

কলিকতা চিকিৎসা মহাবিদ্যালয়ৰ পৰা কুৰি শতিকাৰ চল্লিছৰ দশকৰ এম.বি.বি.এছ. ডিগ্ৰী লাভ কৰা অসমীয়া ছোৱালী হ'ল কমলা গোহাঁই।[1]

কৰ্মজীৱন

[সম্পাদনা কৰক]

কমলা গোহাঁইয়ে ইণ্ডিয়ান মেডিকেল ৱমেনছ্ এছ'চিয়েচনৰ কোষাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। অসমীয়া অনুবাদ সাহিত্যলৈকো বৰঙণি যোগাইছে।[1]

তথ্যউৎস

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 "বিজ্ঞানৰ জগতত অসমীয়া মহিলা". http://srotaswini.in/#our-volumes। আহৰণ কৰা হৈছে: 27 May 2020.