কলকোটি ভাষা
অৱয়ব
Kalkoti | |
---|---|
کلکوٹی / کھلکوٹی / کھعلکوٹی | |
উচ্চাৰণ | [kʰælkoːʈ] |
থলুৱা অঞ্চল | Pakistan |
অঞ্চল | Kalkot Tehsil |
স্থানীয় ভাষিক |
6,000 (2018)e25 |
ভাষা পৰিয়াল |
|
ভাষা সংকেত | |
ISO 639-3 | xka |
গ্লোটোলগ | kalk1245 [1] |
কলকোটি বা গ'এডিজা[2] এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি পাকিস্তানৰ উজনি ডিৰ জিলাৰ কলকোট অঞ্চলত মুখ্যতঃ ব্যৱহাৰ কৰা হয়।[3]
ধ্বনি তত্ত্ব
[সম্পাদনা কৰক]তলত কলকোটি ভাষাৰ ধ্বনিসমূহৰ সবিশেষ দিয়া হৈছে।[4]
স্বৰধ্বনি
[সম্পাদনা কৰক]Front | Back | |
---|---|---|
Close | ɪ~i(ː) | ʊ~u(ː) |
Mid | eː | oː |
Open | ə~æ(ː)~aː | ɑ(ː)~ɒ(ː) |
হ্ৰস্বস্বৰ কেন্দ্ৰীকৃত; নাকেৰে উচ্চাৰণ কৰা এটি ফনেমিক প্ৰক্ৰিয়া হ'ব পাৰে।[4]
ব্যঞ্জনধ্বনি
[সম্পাদনা কৰক]Labial | Dental | Retroflex | Palatal | Velar | Uvular | Glottal | ||
---|---|---|---|---|---|---|---|---|
Nasal | m | n | ɳ (?) | ŋ (?) | ||||
Plosive | voiceless | p | t | ʈ | k | q | ʔ (?) | |
aspirated | pʰ | tʰ | ʈʰ (?) | kʰ | ||||
voiced | b | d | ɖ | ɡ | ||||
Affricate | voiceless | ts | tʂ | tʃ | ||||
aspirated | tʂʰ (?) | tʃʰ | ||||||
voiced | dʒ | |||||||
Fricative | voiceless | (f) | s | ʂ | ʃ | x | ||
voiced | z | ɣ | ||||||
Lateral | l | |||||||
Flap | ɾ | ɽ (?) | ||||||
Approximant | ʋ | j |
/q, ʦ, x, z, ɣ, ɽ/ ফনীম খুব সম্ভৱ অন্য ভাষাৰ পৰা অহা শব্দৰ দ্বাৰা ভাষাটোত সোমাই পৰিছে। Voiceless aspirate শৃংখলা সুৰক্ষিত আৰু চুবুৰীয়া পলুলা ভাষাৰ বিপৰীতে, কলকোটিত কোনো breathy voiced শৃংখলা নাই। /ʔ/ৰ ফনেমিক স্থিতি অস্পষ্ট আৰু সম্ভৱতঃ সুৰৰ সৈতে সম্বন্ধিত।
সুৰ
[সম্পাদনা কৰক]কলকোটিৰ সুৰ ব্যৱস্থা সম্ভৱতঃ পূৰ্বতে শ্বিনা ভাষাৰ দৰেই আছিল। কিন্তু চুবুৰীয়া কোহিস্তানী ভাষাসমূহৰ প্ৰভাৱত এই ভাষাৰ সুৰ ব্যৱস্থা অতিকৈ জটিল হৈ পৰিছে।[4]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Kalkoti". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/kalk1245.
- ↑ Liljegren 2013, পৃষ্ঠা. 129.
- ↑ Frawley, William (May 2003) (en ভাষাত). International Encyclopedia of Linguistics: 4-Volume Set. Oxford University Press, USA. ISBN 978-0-19-513977-8. https://books.google.com/books?id=sl_dDVctycgC&pg=RA2-PA198.
- ↑ 4.0 4.1 4.2 Liljegren 2013, পৃষ্ঠা. 134–44.
গ্ৰন্থ তালিকা
[সম্পাদনা কৰক]- Liljegren, Henrik (2013). "Notes on Kalkoti: A Shina Language with Strong Kohistani Influence". Linguistic Discovery খণ্ড 11 (1): 129–160. doi:10.1349/PS1.1537-0852.A.423. ISSN 1537-0852. Archived from the original on 2022-10-17. https://web.archive.org/web/20221017172535/https://journals.dartmouth.edu/cgi-bin/WebObjects/Journals.woa/1/xmlpage/1/article/423। আহৰণ কৰা হৈছে: 2023-07-19.