কাঞ্জি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Kanji
প্ৰকাৰ Logographic
ভাষা Old Japanese, Japanese
মাতৃ লিপি
ভগ্নী লিপি Hanja, Zhuyin, traditional Chinese, simplified Chinese, Nom, Khitan script, Jurchen script
ISO 15924 Hani, 500
দিশ বাওঁৰ পৰা সোঁ
ইউনিক'ড নাম Han
টোকা: এই পৃষ্ঠাত IPA চিহ্ন থাকিব পাৰে।
Nihon Shoki (720 AD), considered by historians and archaeologists as the most complete extant historical record of ancient Japan, was written entirely in kanji.

কাঞ্জি (漢字; জাপানী উচ্চাৰণ: [kandʑi] এই শব্দটোৰ বিষয়ে listen) বা কান-জি হ'ল জাপানী ভাষাত ব্যৱহৃত, চীনা ভাষাৰ পৰা গ্ৰহণ কৰা ইডিয়'গ্ৰাফিক চিহ্ন।[1] এই চিহ্নসমূহ আধুনিক জাপানী ভাষাত হিৰাগানা আৰু কাটাকানাৰ সৈতে ব্যৱহাৰ কৰা হয়।

নাম[সম্পাদনা কৰক]

জাপানী ভাষাৰ কাঞ্জিয়ে প্ৰকৃততে 'হান-চীনা' চিহ্ন বুজাই।[2] চীনা ভাষাত হাঞ্জিৰ বাবে যি চিহ্ন ব্যৱহাৰ কৰা হয়, জাপানী ভাষাত হাঞ্জিৰ বাবেও ব্যৱহাৰ কৰা হয়, যি (চীনা: {{{c}}})।}}).[3]

কাঞ্জিৰ সংখ্যা[সম্পাদনা কৰক]

ঠিক চীনা চিহ্নসমূহৰ দৰেই জাপানী কাঞ্জিৰ সংখ্যা কিমান, ক'ব পৰা নাযায়। জাপানডাই কান-ৱা জিটেনত ৫০,০০০টা কাঞ্জি চিহ্ন প্ৰকাশ পাইছিল, পিচে চীনৰ ঝংঘুৱা জিহাইত ৮৫,০০০টা কাঞ্জি চিহ্ন প্ৰকাশ পাইছিল।[4][5][6] প্ৰায়বোৰ চিহ্নই বহুলভাৱে প্ৰচলিত নহয়, কিছু পুৰণি ভাষাতহে অধিক ব্যৱহৃত।

২০০০ৰ পৰা ৩০০০ কাঞ্জি চিন সাধাৰণতে ব্যৱহৃত, আন কেইহাজাৰমান বিশেষ কোনো উপলক্ষত ব্যৱহাৰ কৰা হয়। মুঠ ১৩০০০ কাঞ্জি চিহ্ন কাঞ্জিৰ বাবে জাপানী ঔদ্যোগিক মানত ব্যৱহৃত।

পঠন[সম্পাদনা কৰক]

Readings[সম্পাদনা কৰক]

Borrowing typology of Han characters
Meaning Pronunciation
a) semantic on L1 L1
b) semantic kun L1 L2
c) phonetic on L1
d) phonetic kun L2
*With L1 representing the language borrowed from (Chinese) and L2 representing the borrowing language (Japanese).[7]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Taylor, Insup; Taylor, Maurice Martin (1995). Writing and literacy in Chinese, Korean, and Japanese. প্ৰকাশক Amsterdam: John Benjamins Publishing Company. পৃষ্ঠা. 305. ISBN 90-272-1794-7. http://books.google.com/books?id=WDw4gBaPjZgC. 
  2. Suski, P.M. (2011). The Phonetics of Japanese Language: With Reference to Japanese Script. পৃষ্ঠা. 1. ISBN 9780203841808. http://books.google.com/books?id=lyUc7oNgaqoC. 
  3. Malatesha Joshi, R.; Aaron, P.G. (2006). Handbook of orthography and literacy. প্ৰকাশক New Jersey: Routledge. পৃষ্ঠা. 481–2. ISBN 0-8058-4652-2. http://books.google.com/books?id=nkXzdWSyBFgC&pg. 
  4. Kuang-Hui Chiu, Chi-Ching Hsu (2006). Chinese Dilemma: How Many Ideographs are Needed, National Taipei University
  5. Shouhui Zhao, Dongbo Zhang, The Totality of Chinese Characters – A Digital Perspective Archived 2011-07-16 at the Wayback Machine
  6. Daniel G. Peebles, SCML: A Structural Representation for Chinese Characters Archived 2016-03-10 at the Wayback Machine, May 29, 2007
  7. Rogers, Henry (2005). Writing Systems: A Linguistic Approach. Oxford: Blackwell. ISBN 0631234640