কাঠ আলু
air potato | |
---|---|
![]() | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Monocots |
বৰ্গ: | Dioscoreales |
পৰিয়াল: | Dioscoreaceae |
গণ: | Dioscorea |
প্ৰজাতি: | D. bulbifera |
বৈজ্ঞানিক নাম | |
Dioscorea bulbifera L. | |
সমাৰ্থক[1] | |
|
কাঠ আলু (বৈজ্ঞানিক নাম Dioscorea bulbifera) হল ডাইয়োস্কোৰিয়াছী (Dioscoreaceae) পৰিয়ালৰ এবিধ লতাজাতীয় বহুবৰ্ষী উদ্ভিদ। ইয়াক সংস্কৃত ভাষাত ৱৰাহী, মালায়ালামত কাচিল আৰু মাৰাঠীত দুক্কৰ কান্দ বুলিও জনা জায়। কাঠ আলু আফ্ৰিকা, দক্ষিণ এচিয়া (ভাৰত, চিনদেশ, জাপান, ফিলিপাইন্চ, ইন্দোনেচিয়া আদি) আৰু অষ্ট্ৰেলিয়াৰ উত্তৰ অঞ্চল আদিত স্থানীয়ভাৱে পোৱা যায়। তদূপৰি আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰভৃত্তি অন্যান্য অঞ্চলতো ইয়াৰ খেতি কৰা হয়। [1]