কাফিৰ
অৱয়ব
কাফিৰ (আৰবী: كافر-kāfir) এটি আৰবী শব্দ, যিটো আৰবী কুফৰ (আৰবী: كفّار-kuffār) ধাতুৰ পৰা আহিছে, যাৰ শাব্দিক অৰ্থ হ'ল ঢাকি ৰখা, লুকুৱাই ৰখা আৰু ইয়াৰ ব্যৱহাৰিক অৰ্থ হ'ল অবাধ্যতা, অস্বীকাৰ কৰা, অকৃতজ্ঞতা। ই ইছলামী তথ্যলিপিসমূহত বহুলভাৱে ব্যৱহৃত এটি শব্দ। সাধাৰণতে ‘অবিশ্বাসী’ হিচাপে ইয়াক অনুবাদ কৰা হয়। এইটো তাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, যিয়ে ইছলামী একেশ্বৰবাদি বিশ্বাস নকৰে অথবা যিয়ে সত্যক গোপন কৰে বা অস্বীকাৰ কৰে। শ্ৰেণীটোত ইছলাম ধৰ্ম সম্পৰ্কীয় প্ৰবন্ধবোৰ অন্তৰ্ভুক্ত কৰা হৈছে।
ৱিকিমিডিয়া কমন্সত Islam সম্পৰ্কীয় মিডিয়া ফাইল আছে। |