কাবুলিৱালা (১৯৬১ চলচ্চিত্ৰ)
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
কাবুলিৱালা (১৯৬১) | |
---|---|
চিত্ৰ:Kabuliwala1961dvd.jpg চলচ্চিত্ৰৰ প'ষ্টাৰ | |
পৰিচালক | হেমেন গুপ্তা |
সংলাপ | বিশ্ৰাম বেডেকাৰ এছ. খলিল |
প্ৰযোজক | বিমল ৰায় লীলা দেশাই (সহকাৰী) |
অভিনয়ত | বলৰাজ ছাহানি ঊষা কিৰণ সজ্জন সোনু |
চিত্ৰগ্ৰহণকাৰী | কমল বসু |
সম্পাদনা | মধু প্ৰভাবলকৰ |
সংগীত পৰিচালক | সলিল চৌধুৰী |
মুক্তি |
ডিচেম্বৰ ১৪, ১৯৬১ |
দৈৰ্ঘ্য |
১৩৪ মিনিট |
দেশ | ভাৰত |
ভাষা | হিন্দী |
কাবুলিৱালা (হিন্দী: काबुलीवाला) ১৯৬১ চনত মুক্তি লাভ কৰা এখন হিন্দী ভাষিক চলচ্চিত্ৰ যিখন কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ কাবুলিৱালা নামৰ চুটিগল্পৰ আধাৰত নিৰ্মাণ কৰা হৈছে। হেমেন গুপ্তাৰ দ্বাৰা পৰিচালিত এই চলচ্চিত্ৰখনত বলৰাজ ছাহানি, ঊষা কিৰণ, সজ্জন, সোনু আৰু বেবী ফৰিদাই অভিনয় কৰে।[1][2]
কাহিনী[সম্পাদনা কৰক]
![]() | এই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। |
অভিনেতা-অভিনেত্ৰী[সম্পাদনা কৰক]
- বলৰাজ ছাহানি (আব্দুল ৰহমত খান)
- সোনু (মিনি)
- ঊষা কিৰণ (মিনিৰ মাতৃ ৰামা)
- পদ্মা
- লক্ষ্মী
- সৰিতা দেৱী
- আনোৱাৰী বাই
- লীলা আগা
- বেবী ফৰিদা
- অছিত সেন (ভোলা)
প্ৰেক্ষাপট[সম্পাদনা কৰক]
![]() | এই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। |
গীতসমূহ[সম্পাদনা কৰক]
চলচ্চিত্ৰখনৰ গীতসমূহ প্ৰেম ধৱন আৰু গুলজাৰে ৰচনা কৰিছিল আৰু সংগীত পৰিচালনা কৰিছিল সলিল চৌধুৰীয়ে।
গীতৰ তালিকা | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
নং | শিৰোনাম | গীতিকাৰ | গায়ক/গায়িকা | দৈৰ্ঘ্য | ||||||
1. | "এ মেৰে প্যাৰে ৱটন" | প্ৰেম ধৱন | মান্না দে | - | ||||||
2. | "গংগা আয়ে কহা চে" | হেমন্ত কুমাৰ | - | |||||||
3. | "কাবুলিৱালা" | হেমন্ত কুমাৰ, ঊষা মংগেশকাৰ | - | |||||||
4. | "অ' য়া কুৰবান" | মহম্মদ ৰফী | - | |||||||
মুঠ দৈৰ্ঘ্য: |
- |
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
- Kabuliwala (1961) সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।