কাম্পা বৰগয়াৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


কাম্পা বৰগয়াৰী

কাম্পা বৰগয়াৰী (বড়ো: कम्प बोर्गोयारि) বৰ্তমান বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ উপ-মুখ্য কাৰ্যবাহী সদস্য।

তেওঁ কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ পৰা প্ৰাণীবিজ্ঞান বিষয়ত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰিছিল।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]