কামৰূপ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(কামৰূপৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search

কামৰূপ ভাৰতঅসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা৷ ২০০৩ চনত পুৰণি কামৰূপ জিলা দুভাগত বিভক্ত হয়; বৃহত্তৰ গুৱাহাটী অঞ্চলক লৈ এখন নতুন জিলা কামৰূপ মহানগৰ জিলা গঠন কৰা হয় আৰু অন্যখনৰ নাম আগৰ কামৰূপেই থাকিল। ২০০৪ চনত কামৰূপ জিলাৰ অন্তৰ্গত ৰঙিয়া মহকুমাৰ এটা অংশ নবগঠিত বাক্সা জিলাত অন্তৰ্ভূক্ত হয়। বিভাজনৰ পাছত কামৰূপৰ সদৰ গুৱাহাটীৰ পৰা আমিনগাঁওলৈ স্থানান্তৰিত কৰা হ'ল।

কামৰূপে তলৰ প্ৰবন্ধসমূহ বুজাব পাৰে:

  1. অবিভক্ত কামৰূপ জিলা
  2. কামৰূপ জিলা
  3. কামৰূপ মহানগৰ জিলা
  4. কামৰূপ ৰাজ্য (প্ৰাচীন অসম)