কেশৱ কায়স্থ
অৱয়ব
| কেশৱ কায়স্থ | |
|---|---|
| জন্ম | - , - অসম |
| ভাষা | অসমীয়া |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| নাগৰিকত্ব | ভাৰতীয় |
কেশৱ কায়স্থ (ইংৰাজী: Keshav kayastha) হৈছে এগৰাকী অসমীয়া সাহিত্যিক।
বংশ আৰু পৰিচয়
[সম্পাদনা কৰক]কেশৱ কায়স্থ আছিল শংকৰদেৱৰ ভায়েক বনগঞাগিৰি অথবা ৰামৰায়ৰ নাতি।
সাহিত্যৰাজি
[সম্পাদনা কৰক]কেশৱ কায়স্থই ভাগৱতৰ সপ্তম স্কন্ধ আৰু নৱম স্কন্ধ অনুবাদ কৰে। নৱম স্কন্ধত সুকন্যাৰ আখ্যান,দুৰ্বাসা অম্বৰীশৰ কথা, ইক্ষাকু বংশৰ কাহিনী, কাৰ্তবীৰ্যাঅৰ্জুনৰ কীৰ্তিকলাপ,যযাতি দেৱযানীৰ আখ্যান আদি ভালেখিনি কথা-কাহিনী পোৱা যায়।[1] কেশৱ কায়স্থ পাণ্ডিত্য আৰু দুয়োটা গুণেৰে অধিকাৰি আছিল।
সম্পাদিত গ্ৰন্থ
[সম্পাদনা কৰক]কেশৱ কায়স্থই অষ্টম স্কন্ধৰ 'গ্ৰাহগজেন্দ্ৰ উপাখ্যান' ৰচনা কৰাৰ উল্লেখ পোৱা যায়। এওঁ খ্ৰীষ্টীয় সপ্তদশ শতিকাৰ শেষাৰ্ধত উক্ত পুথিকেইখন ৰচনা কৰে।[2]