কেসৰী (বাতৰিকাকত)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কেসৰী
প্ৰকাৰ দৈনিক বাতৰিকাকত
ফৰমেট মুদ্ৰণ, অনলাইন
গৰাকী কেসৰী মাৰাঠা ট্ৰাষ্ট
প্ৰতিষ্ঠাপক বাল গঙ্গাধৰ তিলক
প্ৰকাশক কেসৰী মাৰাঠা ট্ৰাষ্ট
প্ৰতিষ্ঠা ৪ জানুৱাৰী ১৮৮১; 143 বছৰ আগত (4 January 1881)
Political alignment Centre-right politics
ভাষা মাৰাঠী
ৱেবছাইট www.dailykesari.com
কেসৰী বাতৰিকাকতৰ প্ৰথম সংস্কৰণ
বাতৰি কাকতৰ সম্পাদকীয়

কেসৰী (মাৰাঠী: केसरी) হৈছে এখন মাৰাঠী বাতৰিকাকত যিখনক ১৮৮১ চনৰ ৪ জানুৱাৰী তাৰিখে ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী বিশিষ্ট নেতা লোকমান্য বাল গঙ্গাধৰ তিলকে প্ৰতিষ্ঠা কৰিছিল। বাতৰিকাকতখন ভাৰতৰ স্বাধীনতা আন্দোলনৰ মুখপাত্ৰ হিচাপে ব্যৱহাৰ হৈছিল৷ কেসৰী বাতৰিকাকতখনক বৰ্তমানে মাৰাঠা-ট্ৰাষ্ট আৰু তিলকৰ বংশধৰসকলে প্ৰকাশ কৰি আহিছে।[1][2][3]

বাল গঙ্গাধৰ তিলকে দুখন সংবাদপত্ৰ চলাইছিল, তাৰ ভিতৰত মাৰাঠীত 'কেসৰী' আৰু ইংৰাজীত 'মাহৰাত্ত' (কেসৰী-মাৰাঠা ট্ৰাষ্ট দ্বাৰা পৰিচালিত);[4] যি পুণেৰ নাৰায়ণ পথ কেসৰী ৱাদাৰ পৰা প্ৰকাশিত হৈছিল। বাতৰিকাকতসমূহ মূলত চিপলুঙ্কাৰ, আগৰকৰ আৰু তিলকৰ সহযোগী প্ৰচেষ্টাত আৰম্ভ হৈছিল৷

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "About the Vice Chancellor - Deepak J.Tilak". Tilak Maharashtra Vidyapeethtmv.edu.in. Archived from the original on 25 June 2014. https://web.archive.org/web/20140625044640/http://tmv.edu.in/aboutvc.asp। আহৰণ কৰা হৈছে: 17 June 2014. 
  2. "Retracing the legend of Gangadhar Tilak at Kesariwada". Blog - Indian Heritage Siteshfghbbitagesites.wordpress.com. http://indiaheritagesites.wordpress.com/2013/09/11/retracing-the-legend-of-gangadhar-tilak-at-kesari-wada/। আহৰণ কৰা হৈছে: 17 June 2014. 
  3. Inamdar, Siddhesh (4 January 2010). "Tendency to dumb down journalism disturbing: N. Ram". The Hindu (Pune). http://www.thehindu.com/news/national/tendency-to-dumb-down-journalism-disturbing-n-ram/article75615.ece. 
  4. Mone (Tilak), Mrs. Geetali Hrishikesh. "The Role of Free Circulation in Optimum Newspaper Development - Ph.D. thesis submission". Preface - Shodhgangashodhganga.inflibnet.ac.in. Archived from the original on 20 June 2014. https://web.archive.org/web/20140620074846/http://shodhganga.inflibnet.ac.in/। আহৰণ কৰা হৈছে: 17 June 2014.