কৰবী ফুল
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
![]() |
এই ফুলৰ বিষয়ে লিখা প্ৰবন্ধটো এটা পোখালি, আপুনিও ৱিকিপিডিয়াক এইটো বিস্তাৰ কৰি সহায় কৰিব পাৰে। |
কৰবী ফুল | |
---|---|
![]() | |
ফুল আৰু পাত | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Asterids |
বৰ্গ: | Gentianales |
পৰিয়াল: | Apocynaceae |
গণ: | Cascabela |
প্ৰজাতি: | C. peruviana |
বৈজ্ঞানিক নাম | |
Cascabela thevetia (L.) Lippold | |
সমাৰ্থক[1] | |
|
কৰবী ফুল (বৈজ্ঞানিক নাম: Cascabela thevetia) হৈছে কাছ্কাবেলা গণৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদৰ প্ৰজাতি। ই মেক্সিকো আৰু মধ্য আমেৰিকাৰ থলুৱা উদ্ভিদ। ই এবিধ বিষাক্ত উদ্ভিদ যদিও সমগ্ৰ বিশ্বতে আলংকাৰিক উদ্ভিদ হিচাপে ইয়াৰ খেতি কৰা হয়। Nerium oleanderৰ সম্পৰ্কীয় হিচাপে ইয়াক ইংৰাজীত yellow oleander বুলি কোৱা হয়, ইয়াক ৱেষ্ট ইণ্ডিছত lucky nut বুলি কয়।
চিত্ৰসম্ভাৰ[সম্পাদনা কৰক]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ "The Plant List: A Working List of All Plant Species". http://www.theplantlist.org/tpl1.1/record/kew-34836। আহৰণ কৰা হৈছে: May 17, 2014.