খৰিকাজাই
অৱয়ব
![]() |
এই ফুলৰ বিষয়ে লিখা প্ৰবন্ধটো এটা পোখালি, প্ৰবন্ধটো বিস্তাৰ কৰি আপুনিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
খৰিকাজাই | |
---|---|
![]() | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Asterids |
বৰ্গ: | Lamiales |
পৰিয়াল: | Oleaceae |
গণ: | Jasminum |
প্ৰজাতি: | J. malabaricum |
বৈজ্ঞানিক নাম | |
Jasminum malabaricum Wight |
খৰিকাজাঁই (বৈজ্ঞানিক নাম: Jasminum malabaricum) হৈছে Oleaceae পৰিয়ালৰ অন্তৰ্গত এবিধ লতা জাতীয় সপুষ্পক উদ্ভিদৰ প্ৰজাতি। ডাঠ হাবিত সাধাৰণতে পোৱা যায়। থোপা থোপাকৈ লাগে। ফুলবোৰৰ গোন্ধ তীব্ৰ আৰু বহু দুৰলৈ বিয়পি পৰে। বহাগৰ সময়ত ফুলে। ইংৰাজীত ইয়াক মালাবাৰ জেছমিন (Malabar jasmine) আৰু ৱাইল্ড জেছমিন (wild jasmine) বুলি কয়। খৰিকাজাই ফুল অসমৰ গৌৰৱ। ই ভাৰত আৰু শ্ৰীলংকাৰ দক্ষিণ অংশত অৱস্থিত অলিয়াচিয়াপৰিয়ালৰএটা ফুল ফুলা উদ্ভিদ।
ব্যুৎপত্তিবিজ্ঞান
[সম্পাদনা কৰক]‘জেচমিনিয়াম’ হৈছে পাৰ্চী শব্দৰ লেটিনকৃত ৰূপ, ‘য়াচেমিন’ মিঠা সুগন্ধিযুক্ত উদ্ভিদৰ বাবে।[1][2]
সাধাৰণ নাম
[সম্পাদনা কৰক]- ইংৰাজী: Malabar jasmine মালাবাৰ জেছমিন wild jasmine ৱাইল্ড জেছমিন
- মাৰাঠী: कुसर কুছৰ, रान मोगरा ৰান মুগ্ৰা
- সিংহলি: পিচ্ছা
- তামিল: கொடிவகை কটিভাকাই
- কানাড়া: কাডু মালিগে
- সংস্কৃত: मुद्गर মুডগৰ
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Gledhill, David (2008). "The Names of Plants". Cambridge University Press. আই.এচ.বি.এন. 9780521866453 (hardback), আই.এচ.বি.এন. 9780521685535 (paperback). pp 220
- ↑ Hanks, Patrick; Hardcastle, Kate; Hodges, Flavia (2006). A Dictionary of First Names (2 সম্পাদনা). Oxford University Press. পৃষ্ঠা. 138. ISBN 978-0198610601. "Jasmine: From the vocabulary word denoting the climbing plant with its delicate, fragrant flowers (from Old French, ultimately from Persian yasmin)."