খৰিকা লতা
অৱয়ব
| এই ফুলৰ বিষয়ে লিখা প্ৰবন্ধটো এটা পোখালি, প্ৰবন্ধটো বিস্তাৰ কৰি আপুনিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
| খৰিকা লতা | |
|---|---|
| খৰিকা লতা | |
| জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| ৰাজ্য: | Plantae |
| (অশ্ৰেণীকৃত): | Angiosperms |
| (অশ্ৰেণীকৃত): | Eudicots |
| (অশ্ৰেণীকৃত): | Asterids |
| বৰ্গ: | Lamiales |
| পৰিয়াল: | Oleaceae |
| গণ: | Jasminum |
| প্ৰজাতি: | J. coarctatum |
| বৈজ্ঞানিক নাম | |
| Jasminum coarctatum Roxb. | |
খৰিকা লতা (বৈজ্ঞানিক নাম: Jasminum coarctatum) হৈছে এবিধ লতা জাতিৰ উদ্ভিদ। ডাঠ হাবিত সাধাৰণতে পোৱা যায়। থোপা থোপাকৈ লাগে। ফুলবোৰৰ গোন্ধ তীব্ৰ আৰু বহু দুৰলৈ বিয়পি পৰে। বহাগৰ সময়ত ফুলে।