গণপতি বৰ্মন

অসমীয়া ৱিকিপিডিয়াৰ পৰা

গণপতি বৰ্মন(৫ম শতিকা) এসময়ৰ কামৰূপৰ শাসনকৰ্তা আছিল। তেওঁৰ পিতৃৰ নাম আছিল কল্যাণ বৰ্মন। গণপতি বৰ্মনে প্ৰায় দহ বছৰ ধৰি কামৰূপ শাসন কৰিছিল। তাৰ পিছত ৪৫০ চনত তেওঁ পুত্ৰ মহেন্দ্ৰ বৰ্মনক শাসনভাৰ গোটাই দিয়ে [1]

তথ্য সমল[সম্পাদনা কৰক]

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৬৮