গংগাঋদ্ধি
অৱয়ব
(গাংগাৰিডাইৰ পৰা পুনঃনিৰ্দেশিত)
গংগাঋদ্ধি বা গাংগাৰিডাই (সাঁচ:Lang-gr; Latin: Gangaridae) প্ৰাচীন গ্ৰীক আৰু ৰোমান লেখকসকলৰ দ্বাৰা ব্যৱহৃত এটি শব্দ যি ভাৰত উপমহাদেশৰ এটি অঞ্চলক আৰু সেই অঞ্চলৰ লোকসকলক সূচায়।[1][2]
সাম্ভাৱ্য স্থল
[সম্পাদনা কৰক]আধুনিক পণ্ডিতে মত দিছে যে এই শব্দই গংগা নদীৰ ব-দ্বীপ সূচায়, যি বংগ অঞ্চলত স্থিত, যদিও আন মতো কোনো কোনোৱে পোষণ কৰে। গংগাঋদ্ধিৰ ৰাজধানী আছিল, টলেমিৰ মতে, গংগে বা গংগেছ। এই গংগে সম্ভৱতঃ চন্দ্ৰকেতুগঢ় বা ৱাৰি-বটেশ্বৰ।[3]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Gangaridai - Banglapedia". en.banglapedia.org. https://en.banglapedia.org/index.php/Gangaridai। আহৰণ কৰা হৈছে: 28 February 2022.
- ↑ Haldar, Narotam (1988). Gangaridi - Alochana O Parjalochana. http://archive.org/details/in.ernet.dli.2015.265493.
- ↑ "History". Banglapedia. http://en.banglapedia.org/index.php?title=History। আহৰণ কৰা হৈছে: 23 September 2017. "Shah-i-Bangalah, Shah-i-Bangaliyan and Sultan-i-Bangalah"