গায়ত্ৰী গোপীচান্দ
অৱয়ব
(গায়ত্ৰী গোপিচান্দৰ পৰা পুনঃনিৰ্দেশিত)
গায়ত্ৰী গোপিচান্দ | |||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ব্যক্তিগত তথ্য | |||||||||||||||||||||||||||||||||||||
দেশ | ভাৰত | ||||||||||||||||||||||||||||||||||||
জন্ম | ০৪ মাৰ্চ, ২০০৩ (২১ বছৰ) | ||||||||||||||||||||||||||||||||||||
উচ্চতা | ১.৬২ মি | ||||||||||||||||||||||||||||||||||||
ওজন | ৫৬ কেজি | ||||||||||||||||||||||||||||||||||||
হাত | সোঁহাত | ||||||||||||||||||||||||||||||||||||
প্ৰশিক্ষক | পুল্লেলা গোপিচান্দ অৰুণ বিষ্ণু | ||||||||||||||||||||||||||||||||||||
Women's singles & doubles | |||||||||||||||||||||||||||||||||||||
সৰ্বোচ্চ ৰেংকিং | 197 (WS 14 January 2020), 14 (WD with Treesa Jolly 30 May 2023), 110 (XD with K. Sai Pratheek 25 October 2022) | ||||||||||||||||||||||||||||||||||||
বৰ্তমান ৰেংকিং | 28 (WD with Treesa Jolly 16 April 2024) | ||||||||||||||||||||||||||||||||||||
পদক অভিলেখ
| |||||||||||||||||||||||||||||||||||||
BWF profile |
গায়ত্ৰী গোপিচান্দ (জন্ম ৪ মাৰ্চ ২০০৩) এগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ। ২০১৮ চনৰ এছিয়ান গেমছত ভাৰতক বেডমিণ্টনত প্ৰতিনিধিত্ব কৰাৰ বাবে তেওঁ নিৰ্বাচিত হৈছিল। প্ৰাক্তন বেডমিণ্টন খেলুৱৈ পিভি ভি লক্ষ্মী আৰু পুলেলা গোপিচান্দৰ কন্যা গায়ত্ৰী গোপিচান্দ। [1] [2] [3] গায়ত্ৰী ২০১৯ চনৰ দক্ষিণ এছিয়ান গেমছত জাতীয় দলটোক প্ৰতিনিধিত্ব কৰা মহিলা দলৰ সোণৰ পদক বিজয়ী প্ৰতিনিধি আছিল, আৰু একক শাখাত ৰূপৰ পদক লাভ কৰিছিল। [4]
কৃতিত্ব
[সম্পাদনা কৰক]২০২২ চনৰ কমনৱেলথ গেমছ
[সম্পাদনা কৰক]গায়ত্ৰীয়ে ২০২২ চনৰ কমনৱেলথ গেমছত মহিলা ডাবলছ শাখাত তৃষা জলীৰ সৈতে ব্ৰঞ্জৰ পদক লাভ কৰিছিল।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Pullela Gopichand's daughter Gayatri included in badminton squad for Asian Games". New Indian Express. 28 June 2018. https://indianexpress.com/article/sports/badminton/pullela-gopichands-daughter-gayathri-included-in-badminton-squad-for-asian-games-5236280/। আহৰণ কৰা হৈছে: 27 July 2018.
- ↑ "Gayatri Gopichand showing signs of a champion". Rayan Rozario. The Hindu. 1 February 2018. https://www.thehindu.com/sport/other-sports/Gayatri-Gopichand-showing-signs-of-a-champion/article17125792.ece। আহৰণ কৰা হৈছে: 27 July 2018.
- ↑ "Badminton in her blood". Deccan Chronicle. 29 June 2018. https://www.deccanchronicle.com/sports/badminton/290618/badminton-in-her-blood.html। আহৰণ কৰা হৈছে: 27 July 2018.
- ↑ "SAG 2019: Siril, Ashmita lead India to 6 badminton golds". www.outlookindia.com. 6 December 2019. Archived from the original on 10 December 2019. https://web.archive.org/web/20191210170856/https://www.outlookindia.com/newsscroll/sag-2019-siril-ashmita-lead-india-to-6-badminton-golds/1679538। আহৰণ কৰা হৈছে: 10 December 2019.