সমললৈ যাওক

গায়ত্ৰী গোপীচান্দ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গায়ত্ৰী গোপিচান্দ
ব্যক্তিগত তথ্য
দেশ ভাৰত
জন্ম ০৪ মাৰ্চ, ২০০৩ (২১ বছৰ)
উচ্চতা ১.৬২ মি
ওজন ৫৬ কেজি
হাত সোঁহাত
প্ৰশিক্ষক পুল্লেলা গোপিচান্দ
অৰুণ বিষ্ণু
Women's singles & doubles
সৰ্বোচ্চ ৰেংকিং 197 (WS 14 January 2020),
14 (WD with Treesa Jolly 30 May 2023),
110 (XD with K. Sai Pratheek 25 October 2022)
বৰ্তমান ৰেংকিং 28 (WD with Treesa Jolly 16 April 2024)
BWF profile


গায়ত্ৰী গোপিচান্দ (জন্ম ৪ মাৰ্চ ২০০৩) এগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ। ২০১৮ চনৰ এছিয়ান গেমছত ভাৰতক বেডমিণ্টনত প্ৰতিনিধিত্ব কৰাৰ বাবে‍ তেওঁ নিৰ্বাচিত হৈছিল। প্ৰাক্তন বেডমিণ্টন খেলুৱৈ পিভি ভি লক্ষ্মী আৰু পুলেলা গোপিচান্দৰ কন্যা গায়ত্ৰী গোপিচান্দ। [1] [2] [3] গায়ত্ৰী ২০১৯ চনৰ দক্ষিণ এছিয়ান গেমছত জাতীয় দলটোক প্ৰতিনিধিত্ব কৰা মহিলা দলৰ সোণৰ পদক বিজয়ী প্ৰতিনিধি আছিল, আৰু একক শাখাত ৰূপৰ পদক লাভ কৰিছিল। [4]

কৃতিত্ব

[সম্পাদনা কৰক]

২০২২ চনৰ কমনৱেলথ গেমছ

[সম্পাদনা কৰক]

গায়ত্ৰীয়ে ২০২২ চনৰ কমনৱেলথ গেমছত মহিলা ডাবলছ শাখাত তৃষা জলীৰ সৈতে ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]