গুগল পে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গুগল পে
বিকাশক গুগল
প্ৰথম মুক্তি
  • ২৬ মে' ২০১১; ১২ বছৰ আগত (2011-05-26) (as Google Wallet)
  • ১১ ছেপ্টেম্বৰ ২০১৫; ৮ বছৰ আগত (2015-09-11) (as Android Pay)
  • ৮ জানুৱাৰী ২০১৮; ৬ বছৰ আগত (2018-01-08) (as Google Pay)
অপাৰেটিং চিষ্টেম
প্লেটফৰ্ম
অনুজ্ঞাপত্ৰ Proprietary
ৱেবছাইট pay.google.com/about/

গুগল পে (পূৰ্বতে এণ্ড্ৰইড পে) হৈছে মোবাইল পে'মেণ্ট সেৱা। গুগলে নিৰ্মান কৰা এই সেৱাৰ জড়িয়তে যোগযোগবিহীনভাৱে টকা-পইছা লেনদেনৰ সুবিধা কৰিব পৰা যায়।ব্যৱহাৰকাৰীসকলে এণ্ড্ৰয়েড ফোন, টেবলেট বা ঘড়ী জৰিয়তে ধন পৰিশোধ কৰিব পাৰে। ব্যৱহাৰকাৰীসকলে এটা পিন, পাছক 'ড, বা বায়োমেট্রিক্স যেনে 3D চেহেৰা স্কেনিং বা আঙুলিৰ ছাপ চিনাক্তকৰণৰ জৰিয়তে প্ৰমাণীকৰণ কৰিব পাৰে।[1]

২০২৪ চনৰ তথ্য অনুসৰি গুগল পে বৰ্তমানে বিশ্বৰ 75 খন দেশত উপলব্ধ।[2]

গুগল পে গ্ৰহণযোগ্যতা চিহ্ন

তথ্যসূত্ৰসমূহ[সম্পাদনা কৰক]

  1. "Set up screen lock to make contactless payments - Android". Google Inc.. Archived from the original on July 10, 2020. https://web.archive.org/web/20200710101929/https://support.google.com/pay/answer/7644132। আহৰণ কৰা হৈছে: 2022-07-20. 
  2. "Find supported payment methods for contactless purchases - Android". Google Inc.. Archived from the original on June 11, 2020. https://web.archive.org/web/20200611075451/https://support.google.com/pay/answer/7454247। আহৰণ কৰা হৈছে: June 11, 2020.