সমললৈ যাওক

গুটিমালী ফুল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(গুটিমালীৰ পৰা পুনঃনিৰ্দেশিত)
Stub icon এই ফুলৰ বিষয়ে লিখা প্ৰবন্ধটো এটা পোখালি, প্ৰবন্ধটো বিস্তাৰ কৰি আপুনিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে।
গুটিমালী
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Asterids
বৰ্গ: Lamiales
পৰিয়াল: Oleaceae
গণ: Jasminum
প্ৰজাতি: J. multiflorum
বৈজ্ঞানিক নাম
Jasminum multiflorum
(Burm. f.) Andrews

গুটিমালী (বৈজ্ঞানিক নাম: Jasminum multiflorum) জেছমিন গণৰ অন্তৰ্গত এক প্ৰকাৰৰ সুগন্ধী বগা ফুল। ইয়াক তেলেগুত "ছান্না জাজি মাল্লি" (సన్న జాజి మల్లి), বাংলাকুন্দ আৰু সংস্কৃতমেঘ মল্লিকা বোলে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]