বগা কাঞ্চন
অৱয়ব
(গোলাপী কাঞ্চনৰ পৰা পুনঃনিৰ্দেশিত)
এই বৃক্ষৰ বিষয়ে লিখা প্ৰবন্ধটো এটা পোখালি, প্ৰবন্ধটো বিস্তাৰ কৰি আপুনিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
বগা কাঞ্চন | |
---|---|
গোলাপী কাঞ্চন (Bauhinia variegata) | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Rosids |
বৰ্গ: | Fabales |
পৰিয়াল: | Fabaceae |
গণ: | Phanera |
প্ৰজাতি: | P. variegata |
বৈজ্ঞানিক নাম | |
Phanera variegata[1][2] (L.) Benth. |
গোলাপী কাঞ্চন (বৈজ্ঞানিক নাম: Bauhinia variegata) বা বগা কাঞ্চন (বৈজ্ঞানিক নাম: Bauhinia variegata var. candida) (ইংৰাজী: orchid tree, camel's foot tree, kachnar আৰু mountain-ebony) হৈছে এক প্ৰকাৰৰ বৃক্ষ। ই ৰঙা কাঞ্চনতকৈ আকাৰত সৰু, পাতৰ গঠনো একে, অৰ্থাৎ আগফালে দুভাগত বিভক্ত। বসন্তত প্ৰায় পাতহীন গছজোপাত গোলপীয়া ৰঙৰ সুগন্ধি ফুলেৰে ভৰি পৰে। ফুলৰ পাহি ৫টা। ফল চিৰা চিৰা। ইয়াৰ বগা ফুলৰ প্ৰকাৰভেদো আছে। ই এক ভাৰতীয় প্ৰজাতি।[3]
চিত্ৰ সম্ভাৰ
[সম্পাদনা কৰক]-
তেজপুৰ বিশ্ববিদ্যালয়ৰ চৌহদত ফুলি থকা বগা কাঞ্চন।
-
Bauhinia variegata - Museum specimen
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Sinou C, Forest F, Lewis GP, Bruneau A. (2009). "The genus Bauhinia s.l. (Leguminosae): a phylogeny based on the plastid trnL–trnF region". পৃষ্ঠাসমূহ: 947–960. http://www.nrcresearchpress.com/doi/abs/10.1139/B09-065#.UzB0TYX4Kzw.
- ↑ "Reorganization of the Cercideae (Fabaceae: Caesalpinioideae)". পৃষ্ঠাসমূহ: 1–5. http://www.phytoneuron.net/PhytoN-Cercideae.pdf.
- ↑ দ্বিজেন শৰ্মা, ফুলবোৰ যেন কথা, বাংলা একাডেমী, ঢাকা, ডিচেম্বৰ ২০০৩, পৃষ্ঠা-১৮।
বহিঃসংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত বগা কাঞ্চন সম্পৰ্কীয় মিডিয়া ফাইল আছে। |