ৰঙা কাঞ্চন
ৰঙা কাঞ্চন | |
---|---|
ভাৰতৰ পশ্চিমবংগত ৰঙা কাঞ্চনৰ ফুল | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Rosids |
বৰ্গ: | Fabales |
পৰিয়াল: | Fabaceae |
গণ: | Phanera |
প্ৰজাতি: | P. purpurea |
বৈজ্ঞানিক নাম | |
Phanera purpurea (L.) Benth.[1][2] | |
সমাৰ্থক[3] | |
|
ৰঙা কাঞ্চন (ইংৰাজী: camel's foot বা orchid tree, বৈজ্ঞানিক নাম-Phanera purpurea পূৰ্বতে Bauhinia purpurea ) ‘Fabaceae’ পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সপুষ্পক উদ্ভিদৰ প্ৰজাতি। এই উদ্ভিদবিধ ঘাইকৈ দক্ষিণ-পূব এছিয়াত দেখা পোৱা যায়। [4]
বিৱৰণ
[সম্পাদনা কৰক]ৰঙা কাঞ্চন এবিধ সৰুৰ পৰা মজলীয়া আকাৰৰ পৰ্ণপাতী উদ্ভিদ। ইয়াৰ উচ্চতা প্ৰায় ১৭ ফুট পৰ্যন্ত হোৱা দেখা যায়। এই গছজোপাৰ পাতবোৰ ১০-২০ ছে:মি: দীঘল আৰু ঘূৰণীয়া বহল হয়। ফুলবোৰ গুলপীয়া আৰু সুগন্ধি হোৱা দেখা যায়। ৰঙা কাঞ্চনৰ ফল দীঘলীয়া আৰু ইয়াৰ ভিতৰত ১২-১৬ টাকৈ গুটি থাকে।
ঔষধি গুণ
[সম্পাদনা কৰক]পৰম্পৰাগতভাৱে বহুতো সৰু-বৰ ৰোগ নিৰাময়ত ৰঙা কাঞ্চন ব্যৱহাৱ কৰা হয়। এই উদ্ভিদৰ বিভিন্ন অংশত বহুমূত্ৰ, ডায়েৰিয়া, কেন্সাৰ আদি ৰোগ নিৰাময় কৰা গুণ থাকে বুলি ধাৰণা কৰা হৈছে। [5] ৰঙা কাঞ্চনৰ পৰা বহুতো ধৰণৰ ৰাসায়নিক পদাৰ্থও নিষ্কাশন কৰিব পৰা গৈছে। ইয়াৰ ভিতৰত, 5,6-dihydroxy-7-methoxyflavone 6-O-β-D-xylopyranoside, bis [3',4'-dihydroxy-6-methoxy-7,8-furano-5',6'-mono-methylalloxy]-5-C-5-biflavonyl and (4'-hydroxy-7-methyl 3-C-α-L-rhamnopyranosyl)-5-C-5-(4'-hydroxy-7-methyl-3-C-α-D-glucopyranosyl) bioflavonoid, bibenzyls, dibenzoxepins, mixture of phytol fatty esters, lutein, β-sitosterol, isoquercitin and astragalin.[5] আদিয়ে প্ৰধান।
চিত্ৰমালা
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "The genus Bauhinia s.l. (Leguminosae): a phylogeny based on the plastid trnL–trnF region". Botany খণ্ড 87 (10): 947–960. 2009. doi:10.1139/B09-065. http://www.nrcresearchpress.com/doi/abs/10.1139/B09-065#.UzB0TYX4Kzw.
- ↑ Wunderlin RP (2010). "Reorganization of the Cercideae (Fabaceae: Caesalpinioideae)". Phytoneuron খণ্ড 48: 1–5. http://www.phytoneuron.net/PhytoN-Cercideae.pdf.
- ↑ "The Plant List: A Working List of All Plant Species". Archived from the original on 2018-12-05. https://web.archive.org/web/20181205193353/http://www.theplantlist.org/tpl/record/ild-823। আহৰণ কৰা হৈছে: 2013-10-29.
- ↑ "USDA GRIN Taxonomy". http://www.ars-grin.gov/cgi-bin/npgs/html/taxon.pl?6590.
- ↑ 5.0 5.1 Bauhinia purpurea linn.: A review of its ethnobotany, phytochemical and pharmacological profile Kumar T., Chandrashekar K.S. Research Journal of Medicinal Plant 2011 5:4 (420-431)
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত Bauhinia purpurea সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Bauhinia purpurea L., Purple camel's foot Archived 2015-12-29 at the Wayback Machine