গো, ডগ। গো! (ধাৰাবাহিক)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গো, ডগ। গো!
বিকাশক এডাম পেল্টজমেন
পৰিচালক
  • এণ্ড্ৰিউ ডানকান
  • কিৰণ শ্বাংঘেৰা
কণ্ঠ
শীৰ্ষ সংগীত পৰিচালক পল বাকলি
শীৰ্ষ সংগীত "গো, ডগ। গো!" পল বাকলি, ৰেনো চেলমচাৰ আৰু জো ডি'এণ্ড্ৰিয়া দ্বাৰা
সংগীত পৰিচালক পল বাকলি
দেশ
ভাষা ইংৰাজী
চিজনৰ সংখ্যা
খণ্ডৰ সংখ্যা ১৮ (৩৫ টা খণ্ড)
প্ৰযোজনা
কাৰ্যবাহী প্ৰযোজক
  • এডাম পেল্টজমেন
  • লিন কেষ্টিন চেছলাৰ
  • ক্ৰিছ এঞ্জেলিলি
  • জছ শ্বাৰ্বা
  • ষ্টিফেনি বেটচ
  • আমিৰ নাছৰাবাদী
প্ৰযোজক মৰ্গানা ডুক
সম্পাদক
  • কেন মেকেঞ্জি
  • জিনা পাচেকো
  • ৰিয়ান ভালাদে
দৈৰ্ঘ্য ২৪ মিনিট (পূৰ্ণ)
১২ মিনিট (খণ্ডসমূহ)
ষ্টুডিঅ’
সম্প্ৰচাৰ
মূল ছেনেল নেটফ্লিক্স
দৃশ্যৰ ফৰমেট এইচডিটিভি ১০৮০পি
শব্দৰ ফৰমেট ষ্টিৰিঅ'
প্ৰদৰ্শনৰ সময় জানুৱাৰী ২৬, ২০২১ (2021-01-26) – বৰ্তমান
বাহ্যিক সংযোগ
ৱেবছাইট

গো, ডগ। গো! (ইংৰাজী: Go, Dog. Go!) হ'ল আমেৰিকান টেলিভিশন এনিমেটেড কাৰ্টুন চিৰিজ।[1] এইটো ২৬ জানুৱাৰী ২০২১ পৰা আৰম্ভ হয়,[2] যাৰ প্ৰথম পৰ্ব আছিল "ওয়েলকম টো পাওষ্টন"। এই কাৰ্টুনৰ প্ৰধান দুটা চৰিত্ৰ হ'ল টেগ বাৰ্কাৰ আৰু স্কুচ পুচ।

অভিনয়ত[সম্পাদনা কৰক]

  • মিচেলা লুচি - টেগ বাৰ্কাৰ
  • কালাম শোনিকাৰ - স্কুচ পুচ
  • কেটি গ্ৰিফিন - মা বাৰ্কাৰ
  • মাৰ্টিন ৰোচ - পাও বাৰ্কাৰ
  • তাজজা ইচেন - চেডাৰ বিস্কুট
  • লিয়ন স্মিথ - স্পাইক বাৰ্কাৰ / গিলবাৰ বাৰ্কাৰ
  • লিণ্ডা বালানটাইন - লেডী লিডিয়া
  • যিহোচুৱা গ্ৰাহাম - চেম হুইপেট
  • জৰিনা ৰোচা - কিট হুইচাৰটন
  • দেৱেন মেক - ফেচাৰ
  • ডেভিদ বেৰ্ণি - ফ্ৰেংক
  • আনন্দ ৰাজাৰাম - বীন
  • জেৰাৰ্ড মেককাৰ্থি - লিও
  • জুলি লেমিউক্স - হেটি
  • পল বাকলি, ৰেনো চেলমচাৰ আৰু জো ডি'এণ্ড্ৰিয়া - দ্য বৰকাপেল্লা

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]