সমললৈ যাওক

ঘোষ (উপাধি‍)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ঘোষ হৈছে বাংলাদেশৰ ঢাকা, যশোৰ আৰু ভাৰতৰ পশ্চিমবংগদক্ষিণ আৰু বিহাৰৰ বাঙালী হিন্দু সম্প্ৰদায়ৰ মাজত পোৱা এক উপাধি‍। ইয়াৰ বাহিৰেও ঘোষ উপাধি‍ ক্ষত্ৰীয় কোচসকলৰ মাজতো দেখিবলৈ পোৱা যায়, এওঁলোকক সাধাৰণতে‍ পশ্চিমবংগ ৰাজ্যৰ উত্তৰবংগ আৰু বাংলাদেশৰ ৰংপুৰ, দিনাজপুৰ আৰু অসমৰ কিছু অংশত পোৱা যায়।

অৱশ্য‍ে ঘোষসকলৰ বেছিভাগেই বাঙালী কায়স্থ সম্প্ৰদায়ৰ। বাঙালী কায়স্থসকল পঞ্চম বা ষষ্ঠ শতিকাৰ পৰা একাদশ বা দ্বাদশ শতিকাৰ ভিতৰত বিষয়া বা লেখক শ্ৰেণীৰ পৰা বৰ্ণলৈ বিৱৰ্তিত হৈছিল, ইয়াৰ বেছিভাগেই ক্ষত্ৰিয় আৰু ব্ৰাহ্মণ।[1] ঘোষসকলক বসু, গুহ আৰু মিত্ৰৰ সৈতে‍ সৌকলিন গোত্ৰৰ কায়স্থ হিচাপে বিবেচনা কৰা হয়। [2]

ঘোষ উপাধিৰ হিন্দু লোকসকল সাধাৰণত গোৱালা উপজাতিৰ আৰু এওঁলোক কৃষি-কৰ্মৰ লগতো জড়িত। আৰু কোচ সম্প্ৰদায়ৰ ঘোষসকল কৃষি-কৰ্ম, মাছ ধৰা, পশুপালন আদিৰ সৈতে জডি়ত।

বাংলা ভাষাত সদগোপ আৰু গোৱালা উপাধি ঘোষ উপাধিক বুজাবলৈও ব্যৱহাৰ হয়। [3] [4] [5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Andre Wink (1991). Al-Hind, the Making of the Indo-Islamic World, Volume 1. Brill Academic Publishers. পৃষ্ঠা. 269. ISBN 978-90-04-09509-0. https://books.google.com/books?id=bCVyhH5VDjAC। আহৰণ কৰা হৈছে: 3 September 2011. 
  2. Hopkins, Thomas J. (1989). "The Social and Religious Background for Transmission of Gaudiya Vaisnavism to the West". In Bromley, David G.; Shinn, Larry D.. Krishna consciousness in the West. Bucknell University Press. পৃষ্ঠা. 35–36. ISBN 978-0-8387-5144-2. https://books.google.com/books?id=F-EuD3M2QYoC। আহৰণ কৰা হৈছে: 2011-10-31. 
  3. John R. McLane (2002). Land and Local Kingship in Eighteenth-Century Bengal. Cambridge University Press. পৃষ্ঠা. 157. ISBN 978-0-5215-2654-8. https://books.google.com/books?id=YH6ijJnUPmcC&dq=ghosh+sadgop&pg=PA157. 
  4. Oh Calcutta (Volume 22 সম্পাদনা). University of Virginia. 1993. https://books.google.com/books?id=nwRDAAAAYAAJ&q=sadgope+milkman. 
  5. (en ভাষাত) Folk-lore. Indian Publications. 1975. পৃষ্ঠা. 172. https://books.google.com/books?id=IMvjAAAAMAAJ.