চন্দ্ৰ ভাৰতী
অৱয়ব
চন্দ্ৰ ভাৰতী | |
---|---|
জন্ম | ১৫২৫ বৰপেটা |
মৃত্যু | ১৫৭৮ (বয়স ৫২–৫৩) |
পেচা | কবি |
ভাষা | অসমীয়া ভাষা |
আত্মীয়-স্বজন | ভট্টদেৱ (পুত্ৰ) |
চন্দ্ৰ ভাৰতী (১৫২৫-১৫৭৮) ষোড়শ শতিকাৰ অসমৰ এগৰাকী কবি, সাহিত্যিক আৰু সংস্কৃত ব্যাকৰণত পাণ্ডিত্য থকা ব্যক্তি৷[1] তেওঁ তেতিয়াৰ কামৰূপৰ বৰপেটা অঞ্চলৰ লোক। ব্ৰহ্মপুত্ৰৰ লগত সংলগ্ন ৰাজদুৱাৰৰ পাহাৰৰ ওপৰত থকা শিলৰ ফলকত এই পাহাৰটো চন্দ্ৰ ভাৰতীৰ বাসস্থান বুলি দাবী কৰা হৈছে।[2]
পৰিয়াল
[সম্পাদনা কৰক]তেওঁৰ পত্নীৰ নাম আছিল তাৰা দেৱী। তেওঁলোকৰ পুত্ৰ ভট্টদেৱক "অসমীয়া গদ্যৰ পিতৃ" বুলি জনা যায়।[3]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ Dalal, Roshen (2014). Hinduism: An Alphabetical Guide. Penguin UK.
- ↑ Barua, Dāsa, Harendranath, Yogeśa (1992). Reflections on Assam, 1944-1983: a collection of writings. Harendranath Barua Memorial Society. পৃষ্ঠা. 75.
- ↑ Datta, Amaresh (1987). Encyclopaedia of Indian Literature. Sahitya Akademi. পৃষ্ঠা. 480.