চাল কোমোৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চাল কোমোৰা
চাল কোমোৰা
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Cucurbitales
পৰিয়াল: Cucurbitaceae
গণ: Benincasa
প্ৰজাতি: B. cerifera
বৈজ্ঞানিক নাম
Benincasa cerifera
(Thunb.) Cogn.
সমাৰ্থক[1]
তালিকা
    • Benincasa cerifera Savi
    • Benincasa cylindrica Ser. nom. inval.
    • Benincasa pruriens (Parkinson) W.J.de Wilde & Duyfjes nom. inval.
    • Benincasa vacua (F.Muell.) F.Muell.
    • Cucurbita alba Roxb. ex Wight & Arn.
    • Cucurbita farinosa Blume
    • Cucurbita hispida Thunb.
    • Cucurbita littoralis Hassk.
    • Cucurbita pruriens Parkinson nom. inval.
    • Cucurbita pruriens Seem.
    • Cucurbita vacua F.Muell.
    • Cucurbita villosa Blume
    • Gymnopetalum septemlobum Miq.
Waxgourd, raw
পৌষ্টিক মূল্য প্ৰতি ১০০ গ্ৰামত
শক্তি 54 kJ (13 kcal)
শৰ্কৰাসমূহ 3 g
- খাদ্য আঁহ 2.9 g
চৰ্বী 0.2 g
প্ৰ’টিন 0.4 g
থায়েমিন (ভিটামিন বি) 0.04 mg (3%)
Rৰাইবফ্লভিন (ভিটামিন বি) 0.11 mg (9%)
নিয়াচিন (ভিটামিন বি) 0.4 mg (3%)
পেণ্টথেনিক এচিড (বি) 0.133 mg (3%)
ভিটামিন বি 0.035 mg (3%)
ভিটামিন চি 13 mg (16%)
কেলচিয়াম 19 mg (2%)
লো 0.4 mg (3%)
মেগনেছিয়াম 10 mg (3%)
মেংগানিজ 0.058 mg (3%)
ফছফ’ৰাছ 19 mg (3%)
ছডিয়াম 111 mg (7%)
জিংক 0.61 mg (6%)
Link to USDA Database entry
শতাংশসমূহ প্ৰাপ্তবয়স্কৰ বাবে ইউ.এছ.
পৰামৰ্শৰ ভিত্তিত আনুমানিকভাৱে দিয়া হৈছে।
উৎস: ইউ.এছ.ডি.এ. পোষক তথ্যকোষ

চাল কোমোৰা (ইংৰাজী: White gourd; বৈজ্ঞানিক নাম: Benincasa cerifera; ৰাভা: মেৰাও; কাৰবি: পাৰক বংহম; বড়ো: খুমব্ৰা; টাই-আহোম: ফাক-পাক) ফাক-পাক এবিধ লতা জাতীয় উদ্ভিদ। এই উদ্ভিদ অসমত পাচলি হিচাপে খোৱা হয়।[2]

বিৱৰণ[সম্পাদনা কৰক]

চাল কোমোৰা লতাডাল ডাঙৰ আৰু কোমল হয়। উপৰিভাগৰ বৰণ সেউজীয়া। মাজে মাজে গাঁঠি থাকে। পাত ওলাই অহা ঠাইবোৰত এই গাঁঠিবিলাকৰ উৎপত্তি হয়।

পাতবিলাকৰ আকাৰ ডাঙৰ আৰু তলৰফালে গুৰিত ঠাৰিডাল থাকে। পাতখিলাৰ গুৰিভাগত উৎপত্তি হোৱা ঠাৰিডাল তিনিভাগত ভাগ হৈ এডাল ওপৰলৈ আৰু বাকী দুডাল দুয়ো কাষৰ ফালে যায়। উপ-সিৰাবিলাকৰে সৈতে পাতখিলাৰ গঠন এখিলা পাণৰ দৰে হৈ পৰে। পাতৰ ঠাৰিডাল আৰু উপৰিভাগত সৰু সৰু নোম থাকে।[2]

প্ৰজনন[সম্পাদনা কৰক]

চাল কোমোৰাৰ ফুলবোৰ হালধীয়া আৰু ইয়াৰ পুংপুষ্প আৰু স্ত্ৰীপুষ্প বেলেগ বেলেগ হয়। ইয়াৰ ফল আকাৰত ডাৱৰ আৰু দীঘল চানেকীয়া হয়।[2]

ব্যৱহাৰ[সম্পাদনা কৰক]

চাল কোমোৰাৰ ফল অসমত মানুহে তৰকাৰি কৰি খায়।[2]

তথ্যউৎস[সম্পাদনা কৰক]

  1. "The Plant List: A Working List of All Plant Species". Archived from the original on October 3, 2018. https://web.archive.org/web/20181003234935/http://www.theplantlist.org/tpl1.1/record/kew-2673135। আহৰণ কৰা হৈছে: April 10, 2014. 
  2. 2.0 2.1 2.2 2.3 'অসমৰ উদ্ভিদ কোষ'- ফটিক চন্দ্ৰ গগৈ; অসম প্ৰকাশন পৰিষদ, প্ৰথম প্ৰকাশ: ডিছেম্বৰ ২০০৭