চাৰ্কিট ব্ৰেকাৰ
অৱয়ব
বৰ্তনী ছেদক নামৰ প্ৰবন্ধ এই প্ৰবন্ধৰ লগত একত্ৰিত কৰিবলৈ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। (আলোচনা) |
চাৰ্কিট ব্ৰেকাৰ | |
---|---|
বৈদ্যুতিক প্ৰতীক | |
চাৰ্কিট ব্ৰেকাৰ হৈছে এবিধ স্বয়ংক্ৰীয় বিদ্যুৎ নিয়ন্ত্ৰক যন্ত্ৰ যাৰ দ্বাৰা বৈদ্যুতিক বৰ্তনী (চাৰ্কিট)ক যিকোনো বিপদসংকুল পৰিৱেশ যেনে অ'ভাৰলোড অথবা চৰ্ট চাৰ্কিট আদিৰ পৰা সুৰক্ষা দিয়া হয় । ইয়াৰ প্ৰধান কাৰ্য্য হৈছে যিকোনো দোষী অৱস্থা অনুসন্ধান কৰা আৰু যথাক্ৰমে সেই অংশত বিদ্যুৎ কৰ্তন কৰা । "ফিউজ"ৰ দৰে ইয়াক প্ৰত্যেকটো কাৰ্য্যৰ বাবে সলনি কৰাব নালাগে । তাৰ পৰিৱৰ্তে ইয়াক "ৰিচেট" (স্বয়ংক্ৰীয় বা অস্বয়ংক্ৰীয় ভাৱে) কৰি পুনৰ চলাচল কৰিব পাৰি । চাৰ্কিট ব্ৰেকাৰ ঘৰুৱা ব্যৱহাৰৰ পৰা আৰম্ভ কৰি উচ্চ ক্ষমতাসম্পন্ন "ছুইচগিয়াৰ"ৰ লৈকে বিভিন্ন আকাৰত পোৱা যায় ।