সাৰাংশ
গীতৰ কথা:
ৰাগ : ভাটিয়ালী
ধ্ৰুং আলো মই কি কহবো দুখ।
পৰাণ নিগৰে নেদেখিয়া চান্দ মুখ॥
পদ : কত পুণ্যে লভিলো গুণেৰ নিধি শ্যাম।
বঞ্চিয়া নিলেক নিকৰুণ বিধি বাম ॥
শ্যাম কানু বিনে মোৰ না ৰহে জীৱন ।
হাঁ শ্যাম বুলিতে আকুল কৰে মন ॥
দিৱস ন যাই সুখে ন যাই ৰয়নী ।
চান্দ চন্দন মন্দ পৱন বৈৰিণী ॥
কোথা যাওঁ কোথা থাকো কিবা কৰে মন ।
কানাইৰ নেওচনি দিও সবে বন্ধু জন ॥
শ্যাম বন্ধু বিনে জীৱনত কিবা কাজ ।
বিৰহ অনল জ্বলে হৃদয়ৰ মাজ ॥
নজানো দাৰুণ বিধি কি কৰে বিপত্তি ।
কহয় মাধৱ ৰাংগা পদে মোৰ গতি ॥
অনুজ্ঞাপত্ৰ
আপুনি স্বাধীনভাৱে:
বিতৰণ কৰিব পাৰে – কামটো নকল (কপি), বিতৰণ আৰু প্ৰেৰণ কৰিবলৈ
পুনৰ্মিশ্ৰণ কৰিবলৈ – কামটো অভিযোজন কৰিবলৈ
তলত উল্লেখ কৰা চৰ্ত্তসমূহৰ ভিত্তিত:
স্বীকৃতিপ্ৰদান – আপুনি প্ৰয়োজনীয় স্বীকৃতি দিয়াৰ লগতে অনুজ্ঞাপত্ৰলৈ লিংক আৰু কোনো সালসলনিৰ ইংগিত দিব লাগিব। আপুনি এয়া উপযুক্ত ধৰণেৰে দিব পাৰে, মাত্ৰ অনুজ্ঞাপত্ৰধাৰীয়ে আপোনাক বা আপোনাৰ কামক মঞ্জুৰী জনোৱাৰ দৰে নিলিখিব।
একে ধৰণে চেয়াৰ কৰক – যদি আপুনি এই কামটো পৰিবৰ্তন, ৰূপান্তৰ বা এই কামটোৰ উপৰত ভিত্তি কৰি নতুন সৃষ্টিকৰ্ম তৈয়াৰ কৰে, আপুনি শেষৰ কৰ্মটো পূৰ্বৰ কৰ্মটোৰ সৈতে একে বা একেধৰণৰ অনুজ্ঞাপত্ৰ ৰ আওতাত বিতৰণ কৰিব পাৰে। https://creativecommons.org/licenses/by-sa/3.0 CC BY-SA 3.0 Creative Commons Attribution-Share Alike 3.0 true true অসমীয়া এই ফাইলে কি প্ৰতিনিধিত্ব কৰে তাৰ এটা শাৰীত ব্যাখ্যা কৰক