ছবিয়াল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছবিয়াল

ছবিখনৰ এটা দৃশ্যগ্ৰহণৰ মুহূৰ্তত পৰিচালক "মানস বসু"ৰ (বাওঁফালে) সৈতে অভিনেত্ৰী "শ্ৰাবন্তী চট্টোপাধ্যায়" (সোঁফালে)।
পৰিচালক মানস বসু
ৰচনা ইন্দ্ৰনীল বক্সি
প্ৰযোজক মিলন দত্ত
অভিনয়ত
চিত্ৰগ্ৰহণকাৰী অভিজিৎ নন্দী
সম্পাদনা নীলাদ্ৰী ৰায়
সংগীত পৰিচালক মেঘ বন্দোপাধ্যায়
প্ৰযোজনা
কোম্পানী
পৰমহংস চিত্ৰম
পৰিবেশক এছ এছ আৰ চিনেমাছ পি লিমিটেড
মুক্তি
১১ ডিচেম্বৰ ২০২০ (2020-12-11)
দৈৰ্ঘ্য
১০২ মিনিট
দেশ ভাৰত
ভাষা বাংলা

ছবিয়াল ২০২০ বৰ্ষৰ ভাৰতীয় বাংলা ভাষাৰ এখন থ্ৰিলাৰ নাট্য চলচ্চিত্ৰ[1] মানস বসুৰ দ্বাৰা পৰিচালিত আৰু মিলন দত্তৰ দ্বাৰা প্ৰযোজিত ছবিখন পৰমহংস চিত্ৰমৰ বেনাৰত নিৰ্মিত হৈছে।[2] ২০২০ চনৰ ১১ ডিচেম্বৰ তাৰিখে ছবিখনে ছবিগৃহত মুক্তি লাভ কৰিছিল।[3]

কাহিনীভাগ[সম্পাদনা কৰক]

হাবোল নামৰ এগৰাকী ফটোগ্ৰাফাৰক কেন্দ্ৰ কৰি ছবিখনৰ কাহিনী গঢ় লৈ উঠিছে। এটা শ্মশানৰ ওচৰত তেওঁৰ এটা ষ্টুডিঅ’ আছে। মৃতদেহৰ ফটো তোলাৰ প্ৰতি তেওঁৰ আবেগ। তেওঁ এজন জ্যেষ্ঠ ফটোগ্ৰাফাৰ কনকৰ সৈতে বিবাহৰ বিভিন্ন ফটোশ্বুটত কাম কৰে। এদিন কনক চহৰ এৰি যোৱাৰ সময়ত লাবণ্য এগৰাকী ৰহস্যময়ী গৃহিণী হাবোলৰ ওচৰলৈ আহে। তেওঁ লাবণ্যৰ প্ৰেমত পৰে আৰু একেলগে থাকিবলৈ আৰম্ভ কৰে। হাবোলৰ বন্ধুসকলে যেতিয়া তেওঁলোকৰ সম্পৰ্কৰ কথা সুধিব, তেতিয়া তেওঁ সেই অঞ্চলৰ পৰা অহা ৰহস্যময়ী ভদ্ৰমহিলাগৰাকীৰ সৈতে নোহোৱা হৈ যায়।[4][5]

কলা-কুশলী[সম্পাদনা কৰক]

ছবিখনৰ দৃশ্যায়ণৰ দুটি মুহূৰ্ত।

সংগীত[সম্পাদনা কৰক]

গীতৰ তালিকা
নং শিৰোনামকণ্ঠশিল্পী দৈৰ্ঘ্য
1. "চল ফিৰে চল"  ৰূপাংকৰ বাগচী ৩:৩৫
2. "তোমায় নতুন কৰে পাবো বলে"  ৰূপাংকৰ বাগচী, সুজয় ভৌমিক, জয়ীতা বিশ্বাস ২:৫২
3. "তুই না বল্লে"  ৰূপাংকৰ বাগচী, সুজয় ভৌমিক, জয়ীতা বিশ্বাস ২:৩৩
মুঠ দৈৰ্ঘ্য:
৮:৬০

তথ্য উৎস[সম্পাদনা কৰক]

  1. "Chobiyal (2020) - Review, Star Cast, News, Photos". Cinestaan. Archived from the original on 2021-02-26. https://web.archive.org/web/20210226073837/https://www.cinestaan.com/movies/chobiyal-42734। আহৰণ কৰা হৈছে: 2020-12-07. 
  2. "Saswata's 'Chobiyal' release gets postponed - Times of India" (en ভাষাত). The Times of India. 2020-03-17. https://timesofindia.indiatimes.com/entertainment/bengali/movies/news/saswatas-chobiyal-release-gets-postponed/articleshow/74673519.cms। আহৰণ কৰা হৈছে: 2020-12-07. 
  3. "Chobiyal - Times of India" (en ভাষাত). The Times of India. 7 December 2020. https://m.timesofindia.com/entertainment/bengali/movie-details/chobiyal/movieshow/79637713.cms। আহৰণ কৰা হৈছে: 25 March 2021. 
  4. "প্ৰথমবাৰৰ বাবে পৰ্দাত শ্ৰাবন্তী-শাশ্বত যুটি! মাৰ্চ মাহত মুক্তি পাব ছবিখনৰ ট্ৰেইলাৰ" (bn ভাষাত). Indian Express Bangla. 2020-03-15. https://bengali.indianexpress.com/entertainment/srabanti-chatterjee-saswata-chatterjee-paired-in-chobiyal-to-be-released-soon-202041/। আহৰণ কৰা হৈছে: 2020-12-07. 
  5. "শ্ৰাবন্তীৰ প্ৰেমত হাবুডুবু অৱস্থা 'ছবিয়াল' শাশ্বতৰ!" (bn ভাষাত). Zee24Ghanta.com. 2020-01-04. https://zeenews.india.com/bengali/entertainment/saswata-chatterjee-srabanti-chatterjee-starrer-news-film-is-chobiyal_294306.html। আহৰণ কৰা হৈছে: 2020-12-07. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]