ছুইটি সীমা হেমব্ৰাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা


ছুইটি সীমা হেমব্ৰাম
বিহাৰ বিধান সভা
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২০১৫
পূৰ্বসূৰী সোণেলাল হেমব্ৰাম
সমষ্টি কট’ৰিয়া
ব্যক্তিগত তথ্য
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ৰাজনৈতিক দল ৰাষ্ট্ৰীয় জনতা দল

ছুইটি সীমা হেমব্ৰাম (ইংৰাজী: Sweety Sima Hembram) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ৰাষ্ট্ৰীয় জনতা দলক প্ৰতিনিধিত্ব কৰি বৰ্তমান বিহাৰৰ কট’ৰিয়া বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ২০১৫ চনৰ বিহাৰ বিধানসভাৰ নিৰ্বাচনত হেমব্ৰাম নিৰ্বাচিত হৈ ২৮ গৰাকী মহিলা বিধায়কৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হয়।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]