সমললৈ যাওক

জ'মাট'

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জ’মাট’ লিমিটেড
বাণিজ্যিক নাম জ’মাট’
ধৰণ পাব্লিক
শ্বেয়াৰ বজাৰৰ চিহ্ন
উদ্যোগ অনলাইন ফুড অৰ্ডাৰিং
কিউ-কমাৰ্চ
স্থাপিত জুলাই ২০০৮; ১৬ বছৰ  আগতে (2008-07)
মুখ্য কাৰ্যালয় গুৰুগ্ৰাম, হাৰিয়ানা, ভাৰত
দেশ/অঞ্চল ভাৰত
নেতৃস্থানীয় ব্যক্তিত্ব
  • দীপিন্দৰ গোয়ল (চিইঅ’ তথা এমডি)
পৰিসেৱা
ৰাজহ বৃদ্ধি 12,114 কোটি (2024)[1]
কাৰ্যকৰ আয় বৃদ্ধি 291 কোটি (2024)[1]
মুঠ আয় বৃদ্ধি 351 কোটি (2024)[1]
মুঠ সম্পত্তি বৃদ্ধি 23,356 কোটি (2024)[1]
Total equity বৃদ্ধি 20,413 কোটি (2024)[1]
কৰ্মচাৰীৰ সংখ্যা decrease 4,440 (2024)[2]
সহযোগী প্ৰতিষ্ঠান
ৱেবছাইট zomato.com

জ’মাট’ (/zmɑːt/) বা জ’মেট’ (/zˈmæˈt/) এটি ভাৰতীয় বহুজাতিক কোম্পানী। জ’মাট’ই চহৰে-চহৰে বিভিন্ন ৰেস্তোৰাঁক অনলাইন একত্ৰিত কৰে আৰু খাদ্য ডেলিভাৰী কৰে। কোম্পানীটো দীপিন্দৰ গোয়ল আৰু পংকজ চদ্দাই ২০০৮ চনত আৰম্ভ কৰিছিল।[3][4] জ’মাট’ৰ এপ্লিকেশ্যনৰ দ্বাৰা কোনো ৰেস্তোৰাঁৰ বিষয়ে তথ্য, মেন্যু আৰু খাদ্য-ক্ৰেতাই লিখা পৰ্যালোচনা চাব পৰা যায়। ২০২২-২৩ চনত ভাৰতৰ ১,০০০খন নগৰ-চহৰত অংশীদাৰ ৰেস্তোৰাঁসমূহৰ পৰা খাদ্য বিলিকৰণ উপলব্ধ হয়।[5][6]

বিনিয়োগ

[সম্পাদনা কৰক]
  • ২০১০ৰ পৰা ২০১৩ৰ ভিতৰত জ’মাট’ই ইনফ’ এজৰ পৰা প্ৰায় ১৬.৭ নিযুত ইউ এছ ডলাৰ লাভ কৰিলে বিনিয়োগৰ ৰূপত।[7] ২০১৩ চনত ই চেকিয়া কেপিটেলৰ পৰা অতিৰিক্ত ৩৭ নিযুত ইউ এছ ডলাৰ গ্ৰহণ কৰিলে।[8]
  • ২০১৪ চনৰ নৱেম্বৰত জ’মাট’ই আন এক ৰাউণ্ড সমাপ্ত কৰিলে, আৰু টকা লাভৰ পাছৰ মূল্যায়ণ আছিল প্ৰায় ৬৬০ নিযুত ইউ এছ ডলাৰ।[9] ইনফ’ এজ আৰু ভাই কেপিটেলে আগভাগ লোৱা এই ৰাউণ্ডত চেকিয়া কেপিটেলেও অংশগ্ৰহণ কৰিছিল।[10]
  • ২০১৫ৰ এপ্ৰিলত ইনফ’ এজ, ভাই কেপিটেল আৰু চেকিয়া কেপিটেলে অতিৰিক্ত ৫০ নিযুত ইউ এছ ডলাৰৰ এটা ৰাউণ্ড সমাপ্ত কৰিলে।[11] তাৰ ঠিক পাছতেই, ছিংগাপুৰ চৰকাৰৰ টেমাছেক আৰু ভাই কেপিটেলে ৬০ নিযুত ইউ এছ ডলাৰ বিনিয়োগ কৰিলে কোম্পানীটোত।[12]
  • ২০১৮ৰ অক্টোবৰত ই ২১০ নিযুত ইউ এছ ডলাৰ বিনিয়োগ লভিলে আলিবাবাৰ সৈতে সম্বন্ধ থকা এণ্ট ফাইনেঞ্চিয়াৰ পৰা, যিয়ে ১০% মালিকী হস্তান্তৰ কৰিলে। জ’মাট’ৰ মূল্যায়ন ২ নিখৰ্ব ইউ এছ ডলাৰ হ’লগৈ ইয়াৰ ফলস্বৰূপে। একে বছৰেই, তাৰ আগতেও জ’মাট’ই এণ্ট ফাইনেঞ্চিয়েলৰ পৰা ১৫০ নিযুত ইউ এছ ডলাৰৰ বিনিয়োগ লাভ কৰিছিল।[13]
  • এণ্ট ফাইনেঞ্চিয়েলে পূৰ্বতে দিবলগীয়া ধন আহি নোপোৱাত ২০২০ চনৰ ছেপ্টেম্বৰত জ’মাট’ই ৬২ নিযুত ইউ এছ ডলাৰৰ বিনিয়োগ লাভ কৰিলে টেমাছেকৰ পৰা।[14]
  • ২০২০ চনৰ অক্টোবৰত ছিৰীজ জে-ত জ’মাট’ই ৫২ নিযুত ইউ এছ ডলাৰ বিনিয়োগ লভিলে আমেৰিকী প্ৰতিষ্ঠান ক’ৰাৰ পৰা।[15][16]
  • ২০২১ চনৰ ফেব্ৰুৱাৰীত টাইগাৰ গ্ল’বেল মেনেজমেণ্ট আৰু আন চাৰি বিনিয়োগকাৰীৰ পৰা জ’মাট’ই ২৫০ নিযুত ইউ এছ ডলাৰ বিনিয়োগ লাভ কৰিলে।[17][18]

বিত্তীয় তথ্য

[সম্পাদনা কৰক]
বৰ্ষ ৰাজহ (কোটিত) লাভ/ লোকচান (কোটিত) মুঠ সম্পত্তি (কোটিত)
বিত্তীয় বৰ্ষ ২০১১ 0 -1.09 গোপন
বিত্তীয় বৰ্ষ ২০১২ বৃদ্ধি 2 decrease -7.6
বিত্তীয় বৰ্ষ ২০১৩ বৃদ্ধি 12 decrease -10
বিত্তীয় বৰ্ষ ২০১৪ বৃদ্ধি 36 decrease -37
বিত্তীয় বৰ্ষ ২০১৫ বৃদ্ধি 96.7 decrease -136
বিত্তীয় বৰ্ষ ২০১৬ বৃদ্ধি 185 decrease -492
বিত্তীয় বৰ্ষ ২০১৭ বৃদ্ধি 399 বৃদ্ধি -389
বিত্তীয় বৰ্ষ ২০১৮ বৃদ্ধি 466 বৃদ্ধি -103.68 বৃদ্ধি 1,374
বিত্তীয় বৰ্ষ ২০১৯ বৃদ্ধি1313 decrease -965.23 বৃদ্ধি 3,413
বিত্তীয় বৰ্ষ ২০২০ বৃদ্ধি 2605 decrease-2367.16 decrease 2,900
বিত্তীয় বৰ্ষ ২০২১ decrease 1994 বৃদ্ধি -812.82 বৃদ্ধি 8,704


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 "Statement of consolidated financial results for the quarter (unaudited) and year (audited) ended March 31, 2023". BSE. Archived from the original on 13 May 2024. https://web.archive.org/web/20240513100340/https://www.bseindia.com/xml-data/corpfiling/AttachLive/a5e9d074-8205-4df7-b910-7478fa87b95e.pdf. 
  2. "Zomato AR 2023-24". 19 August 2024. https://www.bseindia.com/xml-data/corpfiling/AttachHis/629bfe24-4e55-4b14-957e-8c8bc5828ff0.pdf. [সংযোগবিহীন উৎস]
  3. "Zomato co-founder Pankaj Chaddah quits as it shuffles top management". Economic Times. https://economictimes.indiatimes.com/small-biz/startups/newsbuzz/zomato-co-founder-pankaj-chaddah-quits-as-it-shuffles-top-management/articleshow/63129470.cms। আহৰণ কৰা হৈছে: 2020-04-09. 
  4. "Deepinder Goyal, Founder & CEO, Zomato" (en ভাষাত). www.indiainfoline.com. https://www.indiainfoline.com/article/research-leader-speak/deepinder-goyal-founder-ceo-zomato-113111404451_1.html। আহৰণ কৰা হৈছে: 2020-03-05. 
  5. "Deepinder Goyal, Founder & CEO, Zomato" (en ভাষাত). www.indiainfoline.com. https://www.indiainfoline.com/article/research-leader-speak/deepinder-goyal-founder-ceo-zomato-113111404451_1.html। আহৰণ কৰা হৈছে: 2020-03-05. 
  6. "About Zomato". zomato.com. https://www.zomato.com/about. 
  7. "Zomato to start its own delivery" (en ভাষাত). www.nuffoodsspectrum.in. Archived from the original on 2021-10-23. https://web.archive.org/web/20211023024828/https://www.nuffoodsspectrum.in/news/27/1867/zomato-to-start-its-own-delivery.html। আহৰণ কৰা হৈছে: 2020-02-21. 
  8. "Sequoia leads $37M funding round in Zomato". Vccircle.com. 6 November 2013. Archived from the original on 2 March 2016. https://web.archive.org/web/20160302143912/http://www.vccircle.com/news/technology/2013/11/06/sequoia-leads-37m-funding-round-zomato। আহৰণ কৰা হৈছে: 15 November 2016. 
  9. Shahi, Twishy. "Zomato raises US$60M from Vy Capital, Info Edge and Sequoia" (en ভাষাত). e27. https://e27.co/zomato-raises-us60m-from-vy-capital-info-edge-and-sequoia-20141119/। আহৰণ কৰা হৈছে: 2020-07-31. 
  10. "Zomato raises $60 million from Vy Capital, Info Edge & Sequoia - timesofindia-economictimes". 2016-03-05. Archived from the original on 2016-03-05. https://web.archive.org/web/20160305122754/http://articles.economictimes.indiatimes.com/2014-11-19/news/56265854_1_pankaj-chaddah-zomato-deepinder-goyal। আহৰণ কৰা হৈছে: 2020-02-21. 
  11. "Zomato raises Rs 311 crore from existing investors - timesofindia-economictimes". 2015-12-08. Archived from the original on 2015-12-08. https://web.archive.org/web/20151208144742/http://articles.economictimes.indiatimes.com/2015-04-11/news/61041493_1_info-edge-300-crore-zomato-media। আহৰণ কৰা হৈছে: 2020-02-21. 
  12. "Zomato raises $60 mn from Temasek and Vy Capital". Business Standard India. 8 September 2015. http://www.business-standard.com/article/companies/zomato-raises-60-mn-in-fresh-round-of-funding-115090700966_1.html. 
  13. "Ant Financial puts another $210 million in Zomato". The Economic Times. 2018-10-13. https://economictimes.indiatimes.com/small-biz/startups/newsbuzz/ant-financial-puts-another-210-million-in-zomato/articleshow/66191992.cms. 
  14. "India's Zomato raises $62 million from Temasek". TechCrunch. 2020-09-03. https://techcrunch.com/2020/09/02/indias-zomato-raises-62-million-from-temasek/. 
  15. "India's Zomato raises $62 million from Temasek". TechCrunch. 2020-09-03. https://techcrunch.com/2020/09/02/indias-zomato-raises-62-million-from-temasek/. 
  16. Tyagi, Gaurav; Upadhyay, Harsh (14 October 2020). "Exclusive: Zomato bags $52 Mn from Kora Investments". Entrackr. https://entrackr.com/2020/10/exclusive-zomato-bags-52-mn-from-kora-investments/. 
  17. (en-IN ভাষাত). 23 February 2021. https://www.thehindu.com/business/zomato-raises-250-million-in-funding-from-tiger-global-kora-and-others/article33910204.ece. 
  18. Choudhury, Saheli Roy (2021-07-23). "Shares of Indian food delivery start-up Zomato jump over 80% in market debut" (en ভাষাত). CNBC. https://www.cnbc.com/2021/07/23/zomato-ipo-indian-food-delivery-start-up.html। আহৰণ কৰা হৈছে: 2021-08-17.