জয়ন্ত কুমাৰ বৰা
![]() | এই প্ৰবন্ধৰ বিষয়বস্তুৱে সম্ভৱতঃ ৱিকিপিডিয়াৰ সাধাৰণ উল্লেখযোগ্যতাৰ নিৰ্দেশাৱলী মানি চলা নাই। অনুগ্ৰহ কৰি বিষয়টোৰ সম্পৰ্কে বিশ্বাসযোগ্য তথ্য-উৎস সন্নিবিষ্ট কৰি উল্লেখযোগ্যতা সাব্যস্ত কৰাত সহায় কৰক। উল্লেখযোগ্যতা সাব্যস্ত নহ'লে প্ৰবন্ধটো একত্ৰিত, পুনঃনিৰ্দেশ, বা বিলোপ কৰা হ'ব পাৰে। |
![]() | এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
![]() | এই প্ৰবন্ধত উপযুক্ত তথ্যতকৈ বিষয়টোত বিজ্ঞাপন যেন লগা পাঠ্য থকা যেন হে দেখা গৈছে। অনুগ্ৰহ কৰি এনে অসমৰ্থিত ভাষ্য পৰিহাৰ কৰক। |
জয়ন্ত কুমাৰ বৰা | |
---|---|
জন্ম | - , - অসম |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
জয়ন্ত কুমাৰ বৰা (ইংৰাজী: Jayanta Kumar Bora) হৈছে এগৰাকী অসমীয়া লেখক, অধ্যাপক, সম্পাদক৷ তেখেত বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক৷[1]
জন্ম আৰু বংশ পৰিচয়[সম্পাদনা কৰক]
শিক্ষা[সম্পাদনা কৰক]
- অসমীয়া বিষয়ত স্নাতক ডিগ্ৰী, ডিব্ৰুগড় বিশ্ববিদ্যালয়, অসমীয়া বিভাগ, ১৯৯১
- অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী, ডিব্ৰুগড় বিশ্ববিদ্যালয়, অসমীয়া বিভাগ, ১৯৯৪
- ডক্টৰেট ডিগ্ৰী, ডিব্ৰুগড় বিশ্ববিদ্যালয়, অসমীয়া বিভাগ, ২০০৪
বিষয়: হোমেন বৰগোহাঞিৰ উপন্যাস: এটি বিশ্লেষণাত্মক অধ্যয়ন
চাকৰি জীৱন[সম্পাদনা কৰক]
- সহকাৰী অধ্যাপক, অসমীয়া বিভাগ, শিৱসাগৰ কলেজ, ১৯৯৫ৰপৰা ১৯৯৮ চনলৈ৷ [2]
- সহকাৰী অধ্যাপক, ডিব্ৰুগড় বিশ্ববিদ্যালয়, অসমীয়া বিভাগ, ১৯৯৮ৰপৰা ২০০৮ চনলৈ৷
- Reader, ডিব্ৰুগড় বিশ্ববিদ্যালয়, অসমীয়া বিভাগ, ১৯৯৮ৰপৰা ২০১১ চনলৈ৷
- অধ্যাপক, ডিব্ৰুগড় বিশ্ববিদ্যালয়, অসমীয়া বিভাগ, ২০১১ৰপৰা বৰ্তমানলৈকে৷
সাহিত্যৰাজি[সম্পাদনা কৰক]
- সাহিত্য অভিৰূপা, বাণী মন্দিৰ, ২০১৩
- অসমীয়া সাহিত্যৰ নানা, কৌস্তুভ প্ৰকাশন, ২০১৩
- সাহিত্য-প্ৰনিধি, বনলতা, ২০১৪
- বিষয় আৰু ব্যাখ্যা, কৌস্তুভ প্ৰকাশন, ২০১৪
- হোমেন বৰগোহাঞিৰ উপন্যাসৰ শিল্প বৈভৱ, অসম পাবলিচিং কোম্পানী, ২০১৫
- বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ গল্প সাহিত্য আৰু অন্যান্য, কৌস্তুভ প্ৰকাশন, ২০১৫
- নেপথ্য আৰু নিৰ্মাণ,বনলতা প্ৰকাশন,প্ৰথম প্ৰকাশ ২০১৯ [3]
সম্পাদিত গ্ৰন্থ[সম্পাদনা কৰক]
- মনকৰৰ মনসা কাব্য, বাণী মন্দিৰ, ২০০৮
- শঙ্কৰদেৱৰ কুৰুক্ষেত্ৰ কাব্য, বাণী মন্দিৰ, ২০০৯
- ভ্ৰমৰংগ, ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰকাশন, ২০০৯
- মিলন-জ্যোতি, ডিব্ৰুগড় গ্ৰন্থ উৎসৱ, ২০১১
- অসমীয়া গদ্য চয়নিকা,যুতীয়াভাৱে, সাৰদা প্ৰকাশন, ২০০৯
- ভাষা সাহিত্য অধ্যয়নৰ বিবিধ দিশ, যুতীয়াভাৱে, ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰকাশন, ২০১৪ [3]
বঁটা আৰু সন্মান[সম্পাদনা কৰক]
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ Dibrugarh University Retrieved on 7 July 2022
- ↑ Dibrugarh University official website https://dibru.ac.in/ Retrieved on 7th July 2022
- ↑ 3.0 3.1 dibru University userlist Retrieved on 7 July 2022