জান্নাত
অৱয়ব
জান্নাত (আৰবী: جنّة) হ'ল ইছলামিক পৰিভাষা অনুযায়ী, পাৰ্থিৱ জীৱনত যিসকল মুছলিমে আল্লাহৰ আদেশ, নিষেধ মানি চলিব আৰু পৰকালত হিচাপত যাৰ পাপতকৈ পুণ্যৰ ভৰ বেছি হ'ব আৰু আল্লাহৰ সন্তুষ্টি লাভ কৰিব সিহঁতৰ বাবে আল্লাহে যিবোৰ স্বৰ্গ প্ৰস্তুত কৰি ৰাখিছে। [1]
■ জান্নাত এটা আৰবী শব্দ, যাৰ শাব্দিক অৰ্থ হ'ল "বাগান" বা "উদ্যান।" প্ৰচলিত ভাৰতবৰ্ষৰ কিতাপবোৰত ইয়াক বেহেশ্ত বুলিও নামকৰণ কৰা হৈ থাকে। [2]
কোৰআনত বৰ্ণিত জান্নাতৰ নামসমূহ
[সম্পাদনা কৰক]- ফিৰদাউছ – জান্নাতৰ সৰ্বোচ্চ বাগান (ছূৰা আল-কাহফ,[3] ছূৰা আল-মু'মিনূন[4])
- দাৰুছ ছালাম – শান্তিৰ নীড় (ছূৰা ইউনুছ,[5] আল আনআম[6])
- জান্নাতুল মাওয়া – বসবাসৰ জান্নাত (ছূৰা আন-নাজম[7])
- দাৰুল খুলদ – চিৰস্থায়ী বাগান (ছূৰা আল-ফুৰকান[8])
- জান্নাতুল আদন – অনন্ত সুখৰ বাগান (ছূৰা আত-তাওবাহ্:[9] 72,ছূৰা আৰ-ৰাদ[10])
- জান্নাতুল আখিৰাহ – পৰকালৰ আলয়(ছূৰা আল-আনকাবূত)[11])
- জান্নাতুন নাঈম – নিয়ামত পূৰ্ণ কানন/বাগান (ছূৰা আল-মায়িদাহ [12] ছূৰা ইউনুছ,,[13] আল-হজ্জ[14]
- দাৰুল মুকামাহ – ঘৰ (ছূৰা ফাতিৰ[15])
- জান্নাত– আটাইতকৈ বেছি সাধাৰণ ভাবে ব্যৱহৃত কোৰআন আৰু হাদীছৰ শব্দ,[16] ছূৰা আল-ইমৰাণ,[17][18][19])
- আল- হুছনা
- আল- গুফৰা
জান্নাতৰ দৰ্জাসমূহ
[সম্পাদনা কৰক]- আছ-ছালাহ
- আল-জিহাদ
- আছ-ছদাকাহ
- আৰ-ৰইয়ান
- আল-হাজ্জ
- আল-কাদিমিন
- আল-গায়িধ
- আল-ইমান
- আয-যিকিৰ
জান্নাতৰ বৰ্ণনা
[সম্পাদনা কৰক]জান্নাতীসকলৰ গুণাৱলী
[সম্পাদনা কৰক]জান্নাতীসকলৰ বাবে আল্লাহ্ৰ নি'য়ামাত
[সম্পাদনা কৰক]জান্নাতৰ সুসংবাদ প্ৰাপ্ত ব্যক্তিসকল
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Ibn Warraq, Virgins? What virgins?, The Guardian; 12 January 2012
- ↑ Annemarie Schimmel. Islam and The Wonders of Creation: The Animal Kingdom. Al-Furqan Islamic Heritage Foundation, 2003. Page 46
- ↑ quran|18|107
- ↑ quran|23|11
- ↑ quran|10|25
- ↑ quran|6|127
- ↑ quran|53|15
- ↑ quran|25|15
- ↑ quran|3|72
- ↑ quran|13|23
- ↑ quran|29|64
- ↑ quran|5|65
- ↑ quran|10|9
- ↑ quran|22|56
- ↑ quran|35|35
- ↑ quran|2|35
- ↑ quran|3|133
- ↑ quran|3|142, আল-মায়িদাহ
- ↑ quran|5|72