সমললৈ যাওক

জেন অষ্টিন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জেন অষ্টিন
Watercolour-and-pencil portrait of Jane Austen
জন্ম ১৬ ডিচেম্বৰ, ১৭৭৫
ষ্টিভেনটন ৰেক্টৰী, হেম্পশ্বায়াৰ, ইংলেণ্ড
মৃত্যু ১৮ জুলাই, ১৮১৭ (৪১ বছৰ)
ৱিনচেষ্টাৰ], হেম্পশ্বায়াৰ, ইংলেণ্ড
সমাধিস্থল ৱিনচেষ্টাৰ কেথেড্ৰেল, হেম্পশ্বায়াৰ, ইংলেণ্ড
শিক্ষা ৰিডিং এবি গাৰ্লছ স্কুল
সময় ১৭৮৭-১৮১৭

স্বাক্ষৰ

জেন অষ্টিন (ইংৰাজী: Jane Austen) হৈছে এগৰাকী ইংৰাজ ঔপন্যাসিক। যি মুখ্যতঃ ছয়খন উপন্যাসৰ বাবে জনাজাত, যিয়ে অষ্টাদশ শতিকাৰ শেষত ব্ৰিটিছ লেণ্ডেড গ্ৰেণ্ট্ৰিৰ বাখ্যা, সমালোচনা আৰু এই বিষয়ে মন্তব্য কৰে।

  • ১৭৭৫ চনৰ ১৬ ডিচেম্বৰত হেম্পশ্বায়াৰৰ ষ্টিঙেনটনত জেন অষ্টিনৰ জন্ম হয়।
  • ১৭৪৩ চনত এন কাউলীয়ে অষ্টিন আৰু তেওঁৰ ভগ্নী কেচান্দ্ৰাক শিক্ষা গ্ৰহণৰ বাবে অক্সফৰ্ড বিশ্ববিদ্যালয়লৈ পঠাইছিল।

সাহিত্য ৰাজি

[সম্পাদনা কৰক]

উপন্যাস

[সম্পাদনা কৰক]
  1. Sense and Sensibility (১৮১১)
  2. Pride and Prejudice (১৮১৩)
  3. Mansfield Park (১৮১৪)
  4. Emma (১৮১৫)
  5. Northanger Abbey (১৮১৮, মৰণোত্তৰভাৱে)
  6. Persuasion (১৮১৮, মৰণোত্তৰভাৱে)
  7. Lady Susan (১৮৭১, মৰণোত্তৰভাৱে)

অসম্পূৰ্ণ কল্পকাহিনী

[সম্পাদনা কৰক]
  1. দ্য ৱাটছনছ
  2. চেণ্ডিটন
  • ১৮১৭ চনৰ ১৮ জুলাইত তেখেতৰ মৃত্যু হয়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]